পৰিবেশ মানে কি বুজা?

উত্তৰঃ কোনাে জীৱ বা জীৱসমষ্টিৰ কেউকাষৰ অৱস্থাকে সাধাৰণতে পৰিৱেশ বুলি কোৱা হয় ।