ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ নাম লিখা?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ নাম হ’ল বুঢ়িদিহিং, দিছাং, দিখৌ, জাঁজী।