অংকীয়া নাটৰ উদ্দেশ্য কি ?

উত্তৰঃ অংকীয়া নাট এখনৰ আৰম্ভণিৰ পৰা শেষলৈকে বিভিন্ন ঘটনা পৰিঘটনাক গীতৰ মাজেদিয়েই প্ৰকাশ কৰা হয়। নাটৰ প্ৰতিটো ঘটনা বা পৰিস্থিতিকে প্ৰথমে শ্লোকৰ সহায়ত আৰু তাৰ পিছত গীতৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। শ্লোক সমূহ সূত্ৰধাৰে সংস্কৃতত আবৃত্তি কৰে। অংকীয়া নাটত কেইবা প্ৰকাৰৰ গীতৰ প্ৰয়োগ হোৱা দেখা যায়।