মানুহ সম্পদৰ লগত কেনেকৈ জড়িত?

উত্তৰঃ মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত- সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে।