চামুৰাইৰ পূৰ্বপুৰুষসকল অসমলৈ কিয় আহিছিল ?

উত্তৰঃ চামুৰাইৰ পূৰ্বপুৰুষসকল অসমৰ বিদ্ৰোহী মৰাণক খেদি আহোম ৰজাক পুনৰ ৰাজপাটত বহুৱাবলৈ ফিৰিঙি সেনাৰ স’তে অসমলৈ আহিছিল।