চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ চৰ্যাপদ হৈছে ৮ম-১২শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। চৰ্যাপদসমূহক বঙালী-অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে।