অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰঃ প্ৰাচীন সংস্কৃত সাহিত্যত ‘প্ৰাগজ্যোতিষ’ আৰু ‘কামৰূপ’ দুইটায়ে প্ৰাচীন অসমৰ নাম আছিল।