‘চামুৰাই’ ৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত কি প্ৰতিজ্ঞা কৰিছিল ?

উত্তৰঃ চামুৰাইৰ উপৰিপুৰুষে আহোম ৰজাৰ আগত প্ৰণাম জনাই এই বুলি প্রতিজ্ঞা কৰিছিল যে তেওঁলোকে অসমকে নিজৰ মাতৃভূমি হিচাপে আকোঁৱালি লৈ অসমতে থাকিব।