উত্তৰঃ সুভাষ চন্দ্ৰ বসু (ইংৰাজী: Subhas Chandra Bose; ২৩ জানুৱাৰী ১৮৯৭) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল।
Question and Answer Solution