১। ভাৰতৰ আদি মধ্য়যুগ বুলিলে কিমান শতিকাৰ পৰা কিমান শতিকালৈ বুজায়?

উত্তৰঃ ভাৰতৰ আদি মধ্য়যুগ বুলিলে ষষ্ঠশতিকাৰ পৰা ১৩ শতিকালৈ বুজায়।