উওৰ= ১২২৮ খৃঃত আহোমসকলৰ অসম আহিছিল।
২.ভ্ৰমণকাৰীৰ দুখন ঠাই নাম লিখা ।
উওৰ = ভ্ৰমণকাৰীৰ দুখন ঠাই নাম হল- শিলালিপি আৰ চীন।
৩.চৰ্তুথ শতিকাৰ আৰম্ভ হোৱা চাৰিবিধ কলা নাম লিখা ।
উওৰ = চৰ্তুথ শতিকাৰ আৰম্ভ হোৱা চাৰিবিধ কলা নাম হল- হাপত্য , ভাস্কৰ্য, সাহিত্য, শিল্পকলা আদি ।
৪.সমল কেইপ্ৰকাৰ আৰ কি কি।
উওৰ = সমল দুইপ্ৰকাৰৰ হল- হানীয় , বৈদেশিক ।
৫. অসমৰ অতীত সমলবোৰ কি কি ।
উওৰ = অসমৰ অতীত সমলবোৰ হল- ১।সাহিত্যিক সমল
২।বৈদেশিক সমল
৩।প্ৰত্নতাত্বিক সমল
৬.ব্ৰক্ষণ আৰ্যসকলৰ নৈ নাম কি।
উওৰ =ব্ৰক্ষণ আৰ্যসকলৰ নৈ খন নাম হল- কৰতোৱা নৈ।
৭. কৰতোৱা কোনখন ৰাজ্য়ৰ অৱহিত।
উওৰ= কৰতোৱা প্ৰাগজ্যেতিষ ৰাজ্যৰ অৱহিত।
৮.কামৰপ ৰাজ্যৰ কোনে লিপিবদ্ধ কৰিছিল।
উওৰ = কামৰপ ৰাজ্যৰ গোপথ ব্ৰক্ষণ লিপিবদ্ধ কৰিছিল ।
৯.মেকডনেলৰ মতে ভাৰতৰ প্ৰাচীন মহাকাব্য ৰামায়ণ খৃঃপূঃ কিমান আছিল।
উওৰ = মেকডনেলৰ মতে ভাৰতৰ প্ৰাচীন মহাকাব্য ৰামায়ণ ৰচিত হৈছিল ৫০০ খৃঃপূঃ ।