ৰাওলাট আইন কেতিয়া প্ৰণয়ণ কৰা হৈছিল?

উত্তৰঃ প্ৰয়োজন সাপেক্ষে বিধান পালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিবলৈও আয়োগক নিদেশন দিয়া হৈছিল। এই আয়োগৰ পৰামৰ্শ মতে, চৰকীাৰে ১৯১৯ চনত ৰাওলাট আইন প্ৰণয়ণ হৈছিল।