আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল?

উত্তৰঃআজাদ হিন্দ ফৌজৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ভাৰতবৰ্ষক ব্রিটিছৰ কৱলৰপৰা মুক্ত কৰা আৰু যিকোনাে পৰিস্থিতিতেই জাপানক ভাৰতবৰ্ষত নিজৰ অধিকাৰ স্থাপন কৰাৰ পৰা বিৰত কৰা। সেই উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই আজাদ হিন্দ ফৌজৰ সৈনিকসকলে দেশৰ স্বাধীনতাৰ কাৰণে চৰম ত্যাগ কৰিবলৈ সাজু আছিল।