উত্তৰ-
- সংবিধান মানি চলিবলৈ আৰু ইয়াৰ আদৰ্শ আৰু প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰা।
- স্বাধীনতাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় সংগ্ৰামক অনুপ্ৰাণিত কৰা মহৎ আদৰ্শবোৰক লালন কৰা আৰু অনুসৰণ কৰা।
- ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা বজাই ৰখা আৰু সুৰক্ষিত কৰা।