‘ব্যৰ্থতাৰ দান’ গল্পপুথিৰ ৰচক কোন?

‘ব্যৰ্থতাৰ দান’ গল্পপুথিৰ ৰচক কোন?

উত্তৰঃ ‘ব্যৰ্থতাৰ দান’ গল্পপুথিৰ ৰচক হ’ল- লক্ষ্মীধৰ শৰ্মা।