জৱাহৰলাল নেহেৰু স্বদেশলৈ আহি কিহত যোগদান কৰিলে?

উত্তৰঃ জৱাহৰলাল নেহেৰু স্বদেশলৈ আহি এলাহবাদ ন্যায়ালয়ত যোগদান কৰিলে।