অনুশীলনী 11.2
1. তলৰ চিত্ৰটোৰ পৰা ৰেখা, ৰেখাখন্দ, ৰশ্মি,সৰল ৰেখা, বেকা-ৰেখা বাছি বেলেগ বেলেগ অংশত ৰং কৰা –
উত্তৰঃ
2. এডাল ৰেখাৰ পৰা ৰশ্মি আৰু ৰেখাখন্দ কাটি উলিওৱা –
উত্তৰঃ
3. চমু উত্তৰ লিখা ঃ
i) ৰেখাখন্দৰ প্ৰান্ত বিন্দু কেইটা ?
উত্তৰঃ 1 টা
ii) ৰশ্মিৰ প্ৰান্ত বিন্দু কেইটা ?
উত্তৰঃ 2 টা
iii) ৰেখাৰ প্ৰান্ত বিন্দু কেইটা ?
উত্তৰঃ নাই ।
iv) দুটা বিন্দুৰ মাজৰ আটাইতকৈ সৰু টুকুৰাটোক কি বোলে ?
উত্তৰঃ
v) দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি ?
উত্তৰঃ এডাল ৰেখা ।
4. সূত্ৰ লিখি চিত্ৰ আঁকা –
i) বিন্দু
ii) ৰেখা
iii) ৰশ্মি
iv) ৰেখাখণ্ড
v) সৰল ৰেখা
vi) বেকা ৰেখা
vii) সমান্তৰাল ৰেখা
উত্তৰঃ
i)
5. তলৰ চিত্ৰ টোৰ পৰা ৰেখাখণ্ডবোৰ জুখি উলিওৱা –
PQ =
QR =
RS =
SP =
SQ =
উত্তৰঃ
PQ = 3.4 cm
QR =3.4 cm
RS = 3.4 cm
SP = 3.4 cm
SQ = 3.6 cm
ஃ উল্লেখিত চিত্ৰত কণ SQ ৰ মান = 3.6cm আৰু PQ = QR = RS = SP = 3.4cm
6. এটা নিদিষ্ট বিন্দুৰ পৰা সৰলৰেখা সমান্তাৰলকৈ আন এডাল সমান্তৰাল সৰলৰেখা আংকন কৰা ।
উত্তৰঃ