অনুশীলনী – 9.3
1. একক পৰিবতন কৰাঃ
a) 25 লিটাৰ 30 ছেন্টিলিটাৰ ক ছেন্টিলিটাৰলৈ
b) 21 কিলোলিটাৰ 57 লিটাৰক লিটাৰলৈ
c) 7 লিটাৰ 20 ছেন্টিলিটাৰক লিটাৰলৈ
d) 70 লিটাৰ 2 ছেন্টিলিটাৰক লিটাৰলৈ
উত্তৰঃ
a) 25 লিটাৰ 30 ছেন্টিলিটাৰক ছেন্টিলিটাৰলৈ ।
= 25 X 1000 ছেন্টিলিটাৰ + 30 ছেন্টিলিটাৰ
= 25000 ছেন্টিলিটাৰ + 30 ছেন্টিলিটাৰ
= 25030 ছেন্টিলিটাৰ ।
b) 21 কিলোলিটাৰ 57 লিটাৰ ক লিটাৰলৈ
= 21 X 1000 লিটাৰ + 57 লিটাৰ
= 21000 লিটাৰ + 57 লিটাৰ
= 21057 লিটাৰ ।
c) 7 লিটাৰ 20 ছেন্টিলিটাৰ ক লিটাৰলৈ
= 25 X 1000 ছেন্টিলিটাৰ + 20 ছেন্টিলিটাৰ
= 25000 ছেন্টিলিটাৰ + 20 ছেন্টিলিটাৰ
= 25020 ছেন্টিলিটাৰ
d) 70 লিটাৰ ক কিলোলিটাৰ
= 70 / 1000 কিলোলিটাৰ
= 0.07 কিলোলিটাৰ ।
2. খালীঠাই পূৰ কৰা ঃ
a) 2479 ছেন্টিলিটাৰ = ________ লিটাৰ ________ ডেচিলিটাৰ ________ ছেন্টিলিটাৰ
b) 2079 মিলিলিটাৰ = ________ ছেন্টিলিটাৰ ________ মিলিলিটাৰ
c) 2729 লিটাৰ = ________ কিলোলিটাৰ ________ হেক্টলিটাৰ ________ ডেকালিটাৰ ______ লিটাৰ
উত্তৰঃ
a) 2479 ছেন্টিলিটাৰ = 2.479 লিটাৰ 247. 9ডেচিলিটাৰ 2479 ছেন্টিলিটাৰ
b) 2079 মিলিলিটাৰ = 207.9 ছেন্টিলিটাৰ 2079 মিলিলিটাৰ
c) 2729 লিটাৰ = 2.729 কিলোলিটাৰ 27.29 হেক্টলিটাৰ 27.29 মিলিলিটাৰ 2729 লিটাৰ
3. তলৰ তালিকাখন পূৰ কৰা (দশমিক পদ্ধতিৰে)
উত্তৰঃ
4. নিদেশ মতে সমাধান কৰা ঃ
a) 4 লিটাৰ 320 মিলিলিটাৰ , 5 লিটাৰ 20 মিলিলিটাৰ আৰু 7 লিটাৰ যোগ কৰা।
উত্তৰঃ 4 লিটাৰ 320 মিলিলিটাৰ + 5 লিটাৰ 20 মিলিলিটাৰ + 7 লিটাৰ
= 16 লিটাৰ 340 মিলিলিটাৰ
b) 7 লিটাৰ 250 মিলিলিটাৰ পৰা 3 লিটাৰ 75 মিলিলিটাৰ বিয়োগ কৰা।
উত্তৰঃ 4 লিটাৰ 175 মিলিলিটাৰ
c) 12 কিলোলিটাৰ ৰ পৰা 8 কিলোলিটাৰ 350 লিটাৰ বিয়োগ কৰা ।
উত্তৰঃ 6 কিলোলিটাৰ 650 লিটাৰ
d) 109.07 লিটাৰ X 40
উত্তৰঃ 47362.8 লিটাৰ
e) 75.20 লিটাৰ X 30
উত্তৰঃ 2256 লিটাৰ
f) 1508 লিটাৰ ➗ 28
উত্তৰঃ 53.86 লিটাৰ
g) 354.3 লিটাৰ ➗ 3
উত্তৰঃ 118.1 লিটাৰ
5. সমাধান কৰা ঃ
a) এটা পাত্ৰত 15 লিটাৰ কেৰচিন তেল আছে। তাৰে 7 লিটাৰ 400 মিলিলিটাৰ তেল বিক্ৰী কৰিলে , পাত্ৰটোত কিমান তেল বাকী থাকিল ?
উত্তৰঃ দিয়া আছে,
পাত্ৰটোত থকা মুঠ তেলৰ পৰিমান = 15 লিটাৰ
ஃ বিক্ৰী কৰা তোলৰ পৰিমান = 7 লিটাৰ 400 মিলিলিটাৰ = 7 লিটাৰ + 400 /1000 লিটাৰ = 7 লিটাৰ + 0.4 লিটাৰ = 7.4 লিটাৰ
ஃ বাকী থকা তেলৰ পৰিমান = 15 লিটাৰ – 7.4 লিটাৰ = 7.6 লিটাৰ
2. নৱজিতে সোমবাৰে 1 লিটাৰ 200 মিলিলিটাৰ গাখীৰ , মংগল বাৰে 2 লিটাৰ 350 মিলিলিটাৰ গাখীৰ আৰু বুধ বাৰে 1 লিটাৰ 750 মিলিলিটাৰ গাখীৰ কিনিলে । তিনিও মুঠতে কিমান গাখীৰ কিনিলে ?
উত্তৰঃ দিয়া আছে,
নৱজিতে সোমবাৰে কিনা গাখীৰৰ পৰিমান = 1 লিটাৰ 200 মিলিলিটাৰ = 1 লিটাৰ + 200 / 1000 লিটাৰ = 1 লিটাৰ + 0.2 লিটাৰ = 1.2 লিটাৰ
নৱজিতে মংগলবাৰে কিনা গাখীৰৰ পৰিমান = 2 লিটাৰ 350 মিলিলিটাৰ = 2 লিটাৰ + 350 / 1000 লিটাৰ = 2 লিটাৰ + 0.35 লিটাৰ = 2.35 লিটাৰ
নৱজিতে বুধবাৰে কিনা গাখীৰৰ পৰিমান = 1 লিটাৰ 750 মিলিলিটাৰ = 1 লিটাৰ + 750 / 1000 লিটাৰ = 1 লিটাৰ + 0.75 লিটাৰ = 1.75 লিটাৰ
ஃ নৱজিতে তিনিও দিনত মুঠ কিনা গাখীৰৰ পৰিমান = 1.2 লিটাৰ + 2.35 লিটাৰ + 1.75 লিটাৰ = 5.3 লিটাৰ ।
c) এটা বটলত 500 মিলিলিটাৰ তেল ধৰে । 20 লিটাৰ তেল ধৰা এটা পাত্ৰৰ পৰা বটলত তেল ভৰালে তেনেকুৱা কিমানটা বটল লাগিব ?
উত্তৰঃ দিয়া আছে,
এটা বটলত ধৰা তেলৰ পৰিমান = 500 মিলিলিটাৰ
ஃ 20000 মিলিলিটাৰ ( 20 X 1000) তেল ভৰাবলৈ প্ৰয়োজন হোৱা বটলৰ পৰিমান = 20000 / 500 টা = 40 টা ।
ஃ 20 লিটাৰ তেল ভৰাবলৈ প্ৰয়োজন হোৱা বটলৰ সংখ্যা = 40 টা ।
d) ৰক্তদান শিবিৰত গুৱাহাটী সংকুলৰ 48 জন আচযই প্ৰত্যেকে 350 মিলিলিটাৰ ৰকৈ ৰক্ত দান কৰিলে । তেও লোকে মুঠতে কিমান ৰক্ত দান কৰিলে ?
উত্তৰঃ দিয়া আছে,
গুৱাহাটী সংকুলৰ প্ৰত্যেক জন আচযই ৰক্ত দান কৰা তেজৰ পৰিমান = 350মিলিলিটাৰ
ஃ48 জন আচযই ৰক্ত দান কৰা মুঠ তেজৰ পৰিমান = 350 X 48 = 16800 মিলিলিটাৰ ।
e) শ্ৰীগুৰুজীৰ জন্মশতবাশীকী উৎসৱত শংকৰদেব শিশু নিকেতন বেতকৰছিৰ 320 গৰাকী ছাত্ৰ-ছাত্ৰী ৰ মাজত 40 লিটাৰ নেমুৰ চবত সমানে বগাই দিয়া হল । প্ৰত্যেকে কিমান মিলিলিটাৰ কৈ ভাগত পাব ?
উত্তৰঃ দিয়া আছে,
বেতকুছিৰ শংকৰদেব শিশু নিকেতনৰ মুঠ ছাত্ৰ-ছাত্ৰী সংখ্যা = 320 জন ।
320 জনৰ মাজত ভগোৱা মুঠ নেমু চবতৰ পৰিমান = 40 নিটাৰ ।
প্ৰত্যেক জন ছাত্ৰ-ছাত্ৰীৰ মাজত ভগোৱা নেমুৰ চবতৰ পৰিমান = 320 / 40 লিটাৰ = 8 লিটাৰ ।