অনুশীলনী – 9.1
1. খালী ঠাই পূৰ কৰা ঃ
a) 2527 ছে:মি: = ——— মি: ———–ডেচি মি ———– ছে.মি.
b) হেক্টমি = ———— কি.মি. ———– হে.মি.
c) 7562 মি.মি. = ———–মি.————ডেমি. মি ————ছে.মি.————-মি.মি
d) 1 মিটাৰ = ————–ছে.মি.
e) 1 হেক্টমিটাৰ = ———— মিটাৰ
উত্তৰঃ
a) 2527 ছে.মি. = 25.27 মি. 252.7 ডেমি. মি. 2527 ছে.মি
b) 57 হেক্টমি = 5.7 কি.মি 57 হে.মি.
c) 7562 মি.মি = 7.562 মি. 75.62 ডেচি.মি. 75.62 ছে.মি. 7562 মি.মি
d) 1 মিটাৰ = 100 ছে.মি.
e) 1 হেক্টমিটাৰ = 10,000 Square মিটাৰ
2. একক পৰিৰ্বতন কৰা ঃ
a) 27 মিটাৰ 52 মি.মি. ক মিলি মিটাৰলৈ
b) 72 ডেকা মি. 7 মিটাৰক ডেচি মিটাৰলৈ
c) 2.85 কি.মি. ক মিটাৰলৈ
d) 7.5 7.5 মিটাৰক ছেন্টি মিটাৰলৈ
e) 50 কি.মি. 20 মিটাৰক ছেন্টি মিটাৰলৈ
উত্তৰঃ
a) 27 মিটাৰ 52 মি.মি. ক মিলি মিটাৰলৈ
= 27 X 1000 মি. মি. + 52 মি.মি.
= 27000 মি.মি. + 52 মি.মি.
= 27052 মি.মি
b) 72 ডেকা মি. 7 মিটাৰক ডেচি মিটাৰলৈ
= 72 /100 ডেচি.মি + 7 X 10 ডেচি. মি.
= 0.72 ডেমি.মি + 70 ডেচি.মি
= 70.72 ডেমি.মি
c) 2.85 কি.মি. ক মিটিাৰলৈ
= 2.85 X 1000 মি.
= 2850.00 মি.
= 2850 মি.
d) 7.5 মি. ৰক ছে.মি. লৈ
= 7.5 X 100 ছে.মি.
e) 50 কি.মি. ক 20 মি. ক ছে.মি. ৰলৈ
= 50 X 10000 ছে.মি. + 20 X 100 মি.
= 500000 ছে.মি. + 2000 মি.
= 502000 ছে.মি.
3. একক পৰিবতন কৰা ঃ
a) 12 মি.মি . ক ছে.মি. ৰ লৈ
উত্তৰঃ 12/10 ছে.মি.
b) 5 মি. 17 ছে.মি. ক হেক্ট মি. ৰলৈ
উত্তৰঃ 5/100 হেক্টমি. + 17/10000 হেক্টমি.
= 0.05 হেক্ট মি. + 0.0017 হেক্ট মি.
= 0.0517 হেক্ট মি
c) 7000 মি.লি ৰক মি. ৰলৈ
= 7000/1000 মি.
= 7.000 মি.
d) 15 ডেকা মি. ৰক 10 ডেচি মি্. ক কি.মি. ৰলৈ
= 15/100 কি.মি + 10/10000 কি.মি.
= 0.15 কি.মি. + 0.0010 কি.মি
e) 7125 মি. ৰক কি.মি. ৰলৈ
উত্তৰঃ 7125/1000 কি.মি.
4. যোগ কৰা ঃ
উত্তৰঃ
5. বিয়োগ কৰা ঃ
উত্তৰঃ
6. সমাধান কৰা ঃ
a) 4 মি. দীঘল খুঁটি এটাৰ 2.75 মি. পানীৰ তলত আছে ।খুঁটি টোৰ পানীৰ ওপৰত থকা অংশৰ দীঘ কিমান ?
উত্তৰঃ দিয়া আছে,
খুঁটিটোৰ মুঠ দীঘ = 4 মি.
খুঁটিটো পানী তলত থকা অংশৰ পৰিমান = 2.75 মি.
ஃ খুঁটিঠো ৰ পানীৰ তলত থকা অংশৰ পৰিমান = 4 মি. – 2.75 মি.
= 1.25 মি.
b) গুৱাহাটীৰ পৰা নলবাৰীলৈ মুঠ পথৰ দূৰত্ব 75 কি.মি. । তাৰে 3 কি.মি. 50 মি. ৰ চাইকেলেৰে , আৰু 2 কি.মি. 75 মি. ৰ খোজ কাহি গল । বাকী অংশ বাছেৰে গল । বাছেৰে যোৱা দূৰত্ব কিমান ?
উত্তৰঃ দিয়া আছে,
গুৱাহাটীৰ পৰা নলবাৰীলৈ মুঠ পথৰ দৈঘ্য = 75 X 1000 মি. = 75000 মি.
চাইকেলেৰে যোৱা পথৰ দৈঘ্য = 3 X 1000 মি. + 50 মি. = 3000 মি. + 50 মি. = 3050 মি.
খোজ কাহি যোৱা পথৰ দৈঘ্য = 2 X 1000 মি. + 75 মি. = 2000 মি. + 75 মি. = 2075 মি.
ஃ বাছেৰে যোৱা পথৰ দূৰত্ব = পথৰ মুঠ দূৰত্ব – চাইকেলেৰে যোবা পথৰ দূৰত্ব + খোজ কাহি যোবা পথৰ দূৰত্ব
= বাছেৰে যোৱা পথৰ দূৰত্ব = 75000 মি. – ( 3050 মি. + 2075 মি. )
বাছেৰে যোৱা পথৰ দূৰত্ব = 75000 মি. – 3125 মি.
বাছেৰে যোৱা পথৰ দূৰত্ব = 71875 মি.
ஃ বাছেৰে যোৱা পথৰ দূৰত্ব = 71875 মি.
c) এখন দুকানৰ পৰা পূৰবীয়ে 5 মি. ৰ 20 ছে.মি. , মিতালীয়ে 2 মি. 30 ছে.মি. আৰু লীনাই 7 মি. 50 ছে.মি. কাপোৰ কিনিলে । তিনিও জনীয়ে মুঠতে কিমান কাপোৰ কিনিলে ?
উত্তৰ ঃ দিয়া আছে,
দোকান খনৰ পৰা পূৰবীয়ে কাপোৰ কিনিলে = 5 মি. 20 ছে.মি. = 5 X 100 ছে.মি. + 20 ছে.মি. = 500 ছে.মি. + 20 ছে.মি. = 520 ছে.মি.
দোকান খনৰ পৰা মিতালীয়ে কাপোৰ কিনিলে = 2 মি. 30 ছে.মি. = 2 X 100 ছে.মি. + 30 ছে.মি. = 200 ছে.মি. + 30 ছে.মি. = 230 ছে.মি.
দোকান খনৰ পৰা লীনাই কাপোৰ কিনিলে = 7 মি. 50 ছে.মি. = 7 X 100 ছে.মি. + 50 ছে.মি. = 700 ছে.মি. + 50 ছে.মি. = 750 ছে.মি.
ஃ তিনিও জনীয়ে দোকান খনৰ পৰা কিনা কাপোৰৰ পৰিমান = 520 ছে.মি. + 230 ছে.মি. + 750 ছে.মি. = 1500 ছে.মি.
d) এটা লংপেন্টৰ কাপোৰৰ দীঘ 1.20 মি. । তেনেকুৱা 15 টা লংপেন্টৰ কাপোৰৰ মুঠ দীঘ কিমান হব?
উত্তৰঃ দিয়া আছে ,
এটা লংপেন্টৰ দীঘ = 1.20 মি.
15 টা লংপেন্টৰ দীঘ = 1.20 X 15 = 18 ছে.মি.
e) এডাল ৰডৰ দীঘ 7 মি. 20 ছে.মি. । ৰড ডালৰ পৰা 80 ছে.মি. দীঘৰ কিমান ৰড পোৱা যাৱ ?
উত্তৰ ঃ দিয়া আছে,
ৰড ডালৰ মুঠ দীঘ = 7 মি. 20 ছে.মি. = 7 X 100 ছে. মি. + 20 ছে. মি = 700 ছে.মি. + 20 ছে.মি. = 720 ছে.মি.
ஃ ৰড ডালৰ পৰা কটা এটা টুকুৰাৰ দীঘ = 80 ছে.মি.
ஃ 80 ছে.মি. ৰ দীঘৰ ৰডৰ টুকুৰা = 1 টা
ஃ 1 ছে.মি. ৰ দীঘৰ ৰডৰ টুকুৰা = 1/80 টা
ஃ 720 ছে.মি. ৰ দীঘৰ ৰডৰ টুকুৰা সংখ্যা = 1/80 X 720 টা = 9 টা
ஃ 720 ছে.মি ৰ দীঘৰ ৰডৰ ডালৰ পৰা 80 ছে.মি. দীঘৰ 9 টা ৰডৰ টুকুৰা পোৱা যাৱ ।
f) 5 মি. 40 ছে.মি. দীঘৰ ফিটা এডালক সমানে তিনি ভাগ কৰিলে প্ৰতিভাগৰ দীঘ কিমান হব ?
উত্তৰঃ দিয়া আছে ,
ফিটা ডালৰ মুঠ দীঘ = 5 মি. 40 ছে.মি. = 5 X 100 মি. + 40 ছে.মি. = 500 ছে.মি. + 40 ছে.মি. = 540 ছে.মি. ।
তিনি ভাগ কৰিলে প্ৰতিটো ভাগ ৰ দীঘৰ পৰিমাণম = 540 / 3 ছে.মি. = 180 ছে.মি.
g )এখন চাইকেলৰ চকাৰ বেৰ 250 ছে.মি. । 2 কি.মি. বাট এটাৰে যাওতে চকাটো কিমান ঘূৰিব ।
উত্তৰঃ দিয়া আছে ,
250 ছে.মি. চকাটোৱে ঘূৰে = 1 পাক ।
200000 ( 2 X 100000) ছে.মি. ৰ চকাটোৱে ঘূৰিব = 200000/250 = 400 পাক ।
ஃ 2 কি.মি. ৰ বাট এটাত চকাটো ঘূৰিব = 400 পাক ।