Chapter 4
অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান
1। এখন ঠাইৰপৰা আন এখন ঠাইলৈ অহা মানুহক কি বোলে?
1) ভ্ৰমণকাৰী
2) পৰ্যটক
3) ওপৰৰ এটাও নহয়
Ans: পৰ্যটক
2। পৰ্যটনে ভূগোল আৰু ইতিহাসৰ কি বৃদ্ধি কৰে?
1) বস্তু
2) জ্ঞান
3) কাম
Ans: জ্ঞান
3। চৰকাৰৰ কি বৃদ্ধি হয়?
1) জ্ঞান
2) বস্তু
3) ৰাজহ
Ans: ৰাজহ
4। বিভিন্ন ঠাইৰ যাতায়াত ব্য়ৱস্থা সম্পৰ্কে কি বাঢ়ে?
1) জ্ঞান
2) কাম
3) ৰাজহ
Ans: জ্ঞান
5। গুৱাহাটী অসমৰ প্ৰধান কি?
1) মহানগৰ
2) নগৰ
3) অঞ্চল
Ans: মহানগৰ
6। অসমৰ ৰাজধানী কি?
1) ইটানগৰ
2) কামৰূপ
3) দিছপুৰ
Ans: দিছপুৰ
7। গুৱাহাটী ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত?
1) পশ্চিম
2) দক্ষিণ
3) উত্তৰ
Ans: দক্ষিণ
8। উত্তৰ-পূব, সীমান্ত ৰে’লপথৰ প্ৰধান কাৰ্যালয় কত আছে?
1) মৰিগাওঁ
2) মালিগাওঁ
3) নগাওঁ
Ans: মালিগাওঁ
9। গুৱাহাটীত থকা শৰাইঘাট দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত কেইনম্বৰ স্থান থকা দলং?
1) ১
2) ২
3) ৪
Ans: ১
10। ইয়াৰ ওচৰত থকা এখন পক্ষী উদ্য়ান?
1) দীপৰ বিল
2) বগী বিল
3) চান বিল
Ans: দীপৰ বিল
11। শোণিতপুৰ জিলাৰ সদৰ ঠাই তেজপুৰ ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত?
1) উত্তৰ
2) দক্ষিণ
3) পশ্চিম
Ans: উত্তৰ
12। ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত কি দলং আছে?
1) শৰাইঘাট দলং
2) কলিয়াভোমোৰা দলং
3) ড॰ ভূপেন হাজৰিকা
Ans: কলিয়াভোমোৰা দলং
13। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰখন প্ৰায় কিমান বছৰ পুৰণি?
1) তিনিশ বছৰ
2) নশ বছৰ
3) পাঁচ বছৰ
Ans: পাঁচ বছৰ
14। বৰপেটা ঠাইখন কি শিল্পৰ বাবে বিখ্য়াত?
1) গড়শিল্প
2) হাতী দাঁতৰ শিল্প
3) বাঘৰ শিল্প
Ans: হাতী দাঁতৰ শিল্প
15। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানাটো কোন চহৰত আছে?
1) বৰপেটা
2) নলবাৰী
3) বঙাইগাওঁ
Ans: বঙাইগাওঁ
16। চহৰৰ কাষতে এখন কিহৰ বাগান আছে?
1) কলগছৰ বাগান
2) চাহ পাত বাগান
3) কুহিয়া বাগান
Ans: চাহ পাত বাগান
17। গুৱাহাটীৰ পিছতে কোন চহৰ অসমৰ দ্বিতীয় বৃহৎ জনবহুল?
1) বঙাইগাওঁ
2) শিলচৰ
3) বৰপেটা
Ans: শিলচৰ
18। আহোম ৰজাসকলৰ ৰাজধানী কত আছিল?
1) ডিব্ৰুগড়
2) শিৱসাগৰ
3) ৰংপুৰত
Ans: ৰংপুৰত
19। চৰাইদেউত আহোম ৰাজপৰিয়ালৰ বহুতো কি আছে?
1) নিয়ম
2) মৈদাম
3) মানুহ
Ans: মৈদাম
20। মাজুলী বৰ্তমান এখন কি?
1) চহৰ
2) অঞ্চল
3) জিলা
Ans: জিলা