Chapter 17
চাপ আৰু প্লাৱিতা
১। উলম্ব বল কি?
1) চেচাঁ
2) হেচাঁ
3) কঠিন।
Ans: হেচাঁ
২। চাপ ৰ সূত্ৰ কি?
1) বল/ক্ষেত্ৰফল
2) বল/গতি
3) ওপৰৰ এটাও নহয়
Ans: বল/ক্ষেত্ৰফল
৩। কঠিন পদাৰ্থ লেখীয়া জুলীয়া পদাৰ্থ ওজন আছে।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়।
Ans: শুদ্ধ।
৪। আমাৰ চাৰিওফালে জগতখন পৰ্যবেক্ষণ কৰিলে কি কি বিভিন্ন পৰিঘটানা দেখিবলৈা পাওঁ?
1) চাপ আৰু প্লাৱিতা ।
2) নিম্ন চাপ আৰু পাৰ্শ্ব চাপ।
3) ওপৰৰ গোটেই কেইটা।
Ans: চাপ আৰু প্লাৱিতা ।
৫। কি কি আদিয়ে ভালদৰে কাটিবৰ বাবে ইয়াত ধাৰ দিয়া হ’য়?
1) দা আৰু কোঠা।
2) ছুৰী আৰু কটাৰী।
3) কোৰ আৰু.মৈদা।
Ans: ছুৰী আৰু কটাৰী।
৬। আমাৰ চাৰিওফালে থকা সকলে বস্তুৰ ওপৰত পৃথিবাৰ কি বলে ক্ৰিয়া কৰে?
1) মহাকৰ্ষনিক বল।.
2) মাধাকৰ্ষনিক বল।
3) স্থিতিস্থাপক বল।
Ans: মাধাকৰ্ষনিক বল।
৭। হেঁচাৰ প্ৰভাৱক আমি চাপ নামৰ এক ভৌতিক ৰাশিদ্বাৰা প্ৰকাোশ কৰিব নোৱাৰো।
1) শুদ্ধ।
2) অশুদ্ধ
3) ওপৰৰ এটাও নহয়।
Ans: অশুদ্ধ
৮। জুলীয়া পদাৰ্থই প্ৰয়োগ কৰা চাপৰ কেইটা ভাগত ভাগ কৰিব পাৰে?
1) ২ টা ভাগত
2) ৩ টা ভাগত
3) ৪ টা ভাগত
Ans: ৩ টা ভাগত
৯। জুলীয়া পদাৰ্থৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
1) ক্ষেত্ৰফল।
2) গভীৰতা।
3) অভ্যন্তৰৰ।
Ans: গভীৰতা।
১০। গভীৰতা যিমান বাঢ়ে চাপো সিমান নাবাঢ়ে।
1) শুদ্ধ
2) অশুদ্ধ
3) ওপৰৰ এটাও নহয়
Ans: অশুদ্ধ
১১। বায়ুৰ ওজন আছেনে?
1) আছে।
2) নাই।
Ans: আছে।
১২। কঠিন আৰু জুলীয়া পদাৰ্থৰ দৰে কিহৰ ওজন আছে?
1) বায়ু।
2) পদাৰ্থ।
3) ৰবৰৰ শোষক।
Ans: পদাৰ্থ।
১৩। প্ৰয়োগ কৰা হেঁচাক কি বোলা হ’য়?
1) বল।
2) শক্তি।
3) গতি।
Ans: বল।
১৪। চাপৰ সাংকেতিক চিহ্ন কি?
1) SP
2) SI
3) SK
Ans: SI
১৫। কিমান ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীখিনি গোট মাৰি বৰফ হ’য়?
1) 0 ডিগ্ৰী।
2) 5 ডিগ্ৰী।
3) 3 ডিগ্ৰী।
Ans: 0 ডিগ্ৰী।