Chapter 16
পোহৰ
১। কি যন্ত্ৰ লেন্স ব্যবহাৰ কৰা হয়?
1) প্ৰাৱল্য
2) আলোক
3) ওপৰৰ এটাও নহয়
Ans: আলোক
২। কিহৰ পৰ্দাখনৰ নাম ৰেটিনা?
1) চকু।
2) কাণ।
3) অণুবীক্ষণ যন্ত্ৰ।
Ans: চকু।
৩। দৃষ্ট কেই প্ৰকাৰৰ?
1) ২ প্ৰকাৰৰ।
2) ৩ প্ৰকাৰৰ।
3) ৪ প্ৰকৰাৰ।
Ans: ২ প্ৰকাৰৰ।
৪। সদায় আমি কি আহাৰ গ্ৰহন কৰিব লাগে?
1) সন্তুলিত।
2) সুষম।
3) বৰ্জিত।
Ans: সন্তুলিত।
৫। স্বাভাৱিকতে চকুৰ মানুহে কিমান চেন্টিমিটাৰতকৈ বেছি দুৰত্ব যিকোনো বস্তু স্পষ্টকৈ দেখা যায়?
1) ১৫
2) ২৫
3) ৩৫
4) ৪০
Ans: ২৫
৬। আমাৰ চকু কি এটা জৈৱিক আলোক যন্ত্ৰ?
1) পোহৰ।
2) সূক্ষ্ম।
3) সন্তুলিত।
Ans: সূক্ষ্ম।’
৭। কি চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণ?
1) কৰ্ণিয়া
2) ৰ’ড
3) ক’ন
Ans: কৰ্ণিয়া
৮। দুখন উত্তৰ তলেৰে আৱৰা প্ৰতিসাৰক মাধ্যমক কি লেন্স বুলি কোৱা হ’য়?
1) উত্তৰ লেন্স।
2) দক্ষিণ লেন্স।
3) লেন্স।
Ans: উত্তৰ লেন্স।
৯। সূৰ্যৰ ৰঙৰ কেইটা সমষ্টি?
1) ৫ টা
2) ৭ টা
3) ৯ টা
Ans: ৭ টা
১০। লেনেস কেই প্ৰকাৰৰ?
1) ২ প্ৰকাৰৰ।
2) ৩ প্ৰকাৰৰ।
3) ৪ প্ৰকাৰৰ।
Ans: ২ প্ৰকাৰৰ।
১১। অবতল লেন্সত ক্তিয়াও কি প্ৰতিবিম্ব পোৱা নায়ায়?
1) সৎ
2) অসৎ
3) ওপৰৰ এটাও নহয়
Ans: সৎ
১২। বগা বস্তুৱে পোহৰৰ কেইটা ৰং প্ৰফোলিত কৰে?
1) ৭ টা
2) ৮ টা
3) ৯ টা
Ans: ৭ টা
১৩। আমাৰ কিহত এখন লেন্স আছে?
1) কেমেৰা।
2) চকু।
3) ওপৰৰ এটাও নহয়।
Ans: চকু।
১৪। কি কোণ সৰু?
1) সৰল কোন।
2) সস্থ কোণ।
3) প্ৰতিসৰণ
Ans: প্ৰতিসৰণ
১৫। কি প্ৰতিবিম্ব পৰ্দাত পেলাব পাৰি?
1) সৎ
2) অসৎ
3) ওপৰৰ গোটেই কেইটা
Ans: সৎ