Chapter 11
ঘৰ্ষণ
১। গৈ থকা বস্তু এটা এনে ৰৈ যাব পাৰেনে?
1) পাৰে।
2) নোৱাৰে।
3) কেতিয়াবা পাৰে আৰু কেতিয়াবা নোৱাৰে।
Ans: পাৰে।
২। পিছল ঘৰ্ষন স্থিতি ঘৰ্ষনকৈ কম।
1) শুদ্ধ
2) অশুদ্ধ
3) ওপৰৰ এটাও নহয়
Ans: শুদ্ধ
৩। ৰকেট প্ৰথম কোন খন দেশে নিক্ষেপ কৰিছিল?
1) আমেৰিকা।
2) জাপান।
3) ৰাছিয়া।
Ans: ৰাছিয়া।
৪। বায়ু যথেষ্ট কি?
1) পাতল
2) ডাঠ
3) ওপৰৰ এটাও নহয়
Ans: পাতল
৫। ঘৰ্ষণে আমাক উপকাৰ কৰেণে?
1) কৰে।
2) নকৰে।
3) কেতিয়াবা কৰে আৰু কেতিয়াবা নকৰে।
Ans: কেতিয়াবা কৰে আৰু কেতিয়াবা নকৰে।
৬। খোজ কঢ়াত ঘৰ্ষণ বলে আমাক সহায় কৰে নে।
1) কৰে।
2) নকৰে।
3) ওপৰৰ গোটেই কেইটা।
Ans: কৰে।
৭। প্ৰথম বলটোক ক্ৰিয়া কৰা আৰু দ্বিতীয় বলটোক কি বোলে?
1) তৰল।
2) প্ৰতিক্ৰিয়া।
3) ঘৰ্ষণ।
Ans: প্ৰতিক্ৰিয়া।
৮। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সদায় সমান আৰু বিপৰীতমুখী।
1) হয়।
2) নহয়।
3) ওপৰৰ গোটেই কেইটা।
Ans: হয়।
৯। লুব্ৰিকেন্ট ব্যৱহাৰ কৰি ঘৰ্ষণ কমাব পাৰিনে নোৱাৰে।
1) নোৱাৰি।
2) পাৰি।
3) এটাও নহয়।
Ans: পাৰি।
১০। এখন পৃষ্ঠ খহটা কৰি কি বৃদ্ধি কৰিব পাৰি?
1) বল।
2) গতি।
3) ঘৰ্ষণ।
Ans: ঘৰ্ষণ।
১১। সংস্পৃশত থকা পৃষ্ঠ কেইখনৰ অসনতাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হ’য়?
1) এখন
2) দুখন
3) তিনিখন
Ans: দুখন
১২। স্থিতি অৱস্থাত থকা বস্তু এটাই গতি আৰম্ভ কৰাৰ মূহৃৰ্তত ঘৰ্ষণ অতিক্ৰম কৰিবলৈ প্ৰযোজন হোৱা বলক কি বোলে?
1) স্থিতি।
2) মাধ্যাকৰ্ষনিক।
3) পেশীয়।
Ans: স্থিতি।
১৩। ঘৰ্ষণ কেই ভগাব পাৰি
1) দুই ভাগত
2) তিনি ভাগত
3) চাৰি ভাগত
Ans: চাৰি ভাগত
১৪।খোজ কঢ়াত আমাক কি বলে সহায় কৰে?
1) তৰল ঘৰ্ষণ।
2) ঘৰ্ষণ।
3) স্থিতি।
Ans: ঘৰ্ষণ।
১৫। বাগৰি গ’লে ঘৰ্ষণ কম হ’য়নে?
1) হ’য়।
2) নহয়।
3) ওপৰৰ এটাও নহয়
Ans: হ’য়।