Chapter 6
দহন আৰু শিখা
১। কিছুমান ইন্ধন জ্বলালে শিখা উৎপন্ন হয়?
1) কিছুমান নহয়।
2) হয়।
3) নহয়।
Ans: কিছুমান নহয়।
২। যি ৰায়ায়নিক বিক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন হয় তাক কি বোলে?
1) শিখা।
2) দহন।
3) মিথেন।
Ans: দহন।
৩। যিটো দ্ৰৱৰ দহন হয় তাক কি বোলে?
1) ইন্ধন।
2) দাহ্য পদাৰ্থ।
3) দাহ্য।
Ans: দাহ্য।
৪। গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু কি উৎপন্ন কৰে?
1) পোহৰ।
2) ৰশ্নি।
3) ওপৰৰ এটাও নহয়।
Ans: পোহৰ।
৫। বগা ফচফৰাছৰ প্ৰজ্বলন উষ্ণতা কিমান ডিগ্ৰী চেলছিয়াছ?
1) 30°।
2) 70°।
3) 50°।
Ans: 50°।
৬। অতিশয় তীব্ৰ বেগত ঘটা দহন কাৰ্যক কি বোলে?
1) স্বতঃস্ফূৰ্ত।
2) বিস্ফোৰণ।
3) ইন্ধন।
Ans: বিস্ফোৰণ।
৭। শিখাৰ সাধাৰণতে কেইটা অংশ থাকে?
1) তিনিটা।
2) পাঁচটা।
3) চাৰিটা।
Ans: চাৰিটা।
৮। শিখাৰ একেবাৰে বাহিৰৰ আৰু আটাইতকৈ উত্তপ্ত মণ্ডলটোক কি মণ্ডল বোলে?
1) স্থলমণ্ডল।
2) জলমণ্ডল।
3) দীপ্তিহীন মণ্ডল।
Ans: দীপ্তিহীন মণ্ডল।
৯। দীপ্তিহীন মণ্ডলৰ ভিতৰৰ মণ্ডলটোৰ নাম কি?
1) বাযুমণ্ডল।
2) জলমণ্ডল।
3) দীপ্তিহীন মণ্ডল।
Ans: দীপ্তিহীন মণ্ডল।
১০। দীপ্তিহীন মণ্ডলৰ ভিতৰৰ নীলা ৰঙৰ মণ্ডলটোক কি মণ্ডল বোলে?
1) জলমণ্ডল।
2) দীপ্তিমণ্ডল।
3) নীলা মণ্ডল।
4) ওপৰৰ এটাও নহয়।
Ans: নীলা মণ্ডল।
১১। নীলা মণ্ডলটো প্ৰথমতে কিহেৰে উৎপন্ন কৰা হ’য়?
1) কাৰ্বন মন’ক্সাইড।
2) কাৰ্বন-ডাই-অক্সাইড।
3) অক্সিজেন।
Ans: কাৰ্বন মন’ক্সাইড।
১২। শিখাৰ একেবাৰে তলৰ অংশত দহন নঙটে বাবে এই মণ্ডলটোক অদহন মণ্ড বোলে।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়.
Ans: শুদ্ধ।
১৩। দহনৰ বাবে কি দৰকাৰ?
1) নাইট্ৰ’জেন।
2) অক্সাইড।
3) অক্সি’জেন।
Ans: অক্সি’জেন।
১৪। দহন কেই প্ৰকাৰৰ আছে?
1) ৫ প্ৰকাৰৰ।
2) ২ প্ৰকাৰৰ।
3) ৩ প্ৰকাৰৰ।
Ans: ৩ প্ৰকাৰৰ।
১৫। কি অট্টালিকা আৰু মটিৰ বাবে ক্ষতিকাৰক?
1) ৰাসায়নিক সাৰ।
2) এচিড বৰযুণ।
3) তৰলীকৃত পেট্ৰ’লিয়াম।
Ans: এচিড বৰযুণ।
১৬। ইন্ধন কেই প্ৰকাৰৰ?
1) ২ প্ৰকাৰৰ।
2) ৩ প্ৰকাৰৰ।
3) ৬ প্ৰকাৰৰ।
Ans: ৩ প্ৰকাৰৰ।
১৭। গোটা ইন্ধনৰ এটা উদাহৰণ দিয়া।
1) কয়লা।
2) সমকুচিত প্ৰাকৃতিক গেছ।
3) কাঠ।
Ans: কয়লা।
১৮। কি মিশ্ৰ গেছ হ’ল দাহ্য পদাৰ্থ?
1) ইও পি জি।
2) এল পি জি।
3) এম পি জি।
Ans: এল পি জি।
১৯। কাৰ্বন এবিধ কি?
1) মিশ্ৰ পদাৰ্থ।
2) দাহ্য পদাৰ্থ।
3) মেগনেছিয়াম।
Ans: দাহ্য পদাৰ্থ।