Chapter 2
অণুজীৱঃ মিত্ৰ আৰু শত্ৰু
১। কোন জন বিজ্ঞানীয়ে কিমান চনত অণুবীক্ষণ যন্ত্ৰ আবিস্কাৰ কৰে?
1) ১৬৭৬ চনত।
2) ১৬৮৬চনত।
3) ১৭৭৬ চনত।
Ans: ১৬৭৬ চনত।
২। কোন জন বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰ আবিস্কাৰ কৰিছিল?
1) এন্টন-ভন-লিউয়েনহুক
2) ৰাটাছ
3) কেনিডে
Ans: এন্টন-ভন-লিউয়েনহুক
৩। কিমান চনত কি আৱিস্কাৰ কৰাৰ পিছতহে অণুজীৱবোৰৰ অস্তিতৰ উমান পোৱা গৈছিল?
1) ১৬৭৬ চনত অণুবীক্ষণ যন্ত্ৰ।
2) ১৮৯৫ চনৰ এক্স ৰে যন্ত্ৰ।
3) ১৬৫৪ চনৰ থাৰ্মমিটাৰ
Ans: ১৬৭৬ চনত অণুবীক্ষণ যন্ত্ৰ।
৪। অণুজীৱসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?
1) ৬ টা ভাগত।
2) ৪ টা ভাগত।
3) ৩ টা ভাগত।
Ans: ৪ টা ভাগত।
৫। তলৰ এককোষী জীৱ কোনবোৰ?
1) ভাইৰাছ আৰু ভেঁকুৰ।
2) বেক্টেৰীয়া আৰু প্ৰট’জ’ৱা।
3) বেক্টেৰীয়া আৰু ভাইৰাছ।
Ans: বেক্টেৰীয়া আৰু প্ৰট’জ’ৱা।
৬। গৰুৰ এনথ্ৰাক্স ৰোগ কোনবিধ অণুজীৱৰ পৰা হ’য়?
1) প্ৰট’জ’ৱা।
2) বেক্টেৰিয়া।
3) ভেঁকুৰ।
Ans: বেক্টেৰিয়া।
৭। কিহৰ দ্বাৰা কলেৰা হয?
1) ইষ্ট।
2) বেক্টেৰিয়া।
3) ভাইৰাছ।
Ans: বেক্টেৰিয়া।
৮। কি অণুজীৱ অণুবীক্ষণ যন্ত্ৰৰে চালে দ্খা পোৱা নাযায়?
1) বেক্টেৰিয়া।
2) ৰোটা ভাইৰাছ।
3) ওপৰৰ এটাও নহয়।
Ans: বেক্টেৰিয়া।
৯। কিহৰ আক্ৰমণত প্ৰাণী, মানুহ আৰু উদ্ভিদৰ নানা ধৰণৰ বেমাৰ হ?
1) ভাইৰাছ।
2) মিক্স‘ভাইৰাছ
৩) ৰেবিজ ভাইৰাছ
Ans: ভাইৰাছ।
১০। এডৱাৰ্ড জেনাৰে কিমান চনত পোন প্ৰথমে ডাঙৰ আইৰ টিকা আৱিস্কাৰ কৰে?
1) ১৯১৪
2) ১৭৯৮
3) ১৪৪৯
Ans: ১৭৯৮
১১। ৰোগ সৃষ্টি কৰা বাহিৰেও কিছুমান অণুজীৱই কাপোৰ-কানি, কাগজ-পত্ৰ খোৱা বস্তু আদি নষ্ট কৰি যথেষ্ট ক্ষতিসাধন কৰে। এই ক্ষতিকাৰক অণুজীৱসমূহক কি বোলে?
1) পৰজীৱী।
2) এককোষী জীৱ।
3) এনকেফেলাইটিছ
Ans: পৰজীৱী।
১২। কি অণুজীৱক অতি শক্তিশালী ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰদ্বাৰাহে মানিব পাৰি?
1) ভাইৰাছ।
2) ডায়েটম।
3) বেক্টেৰীয়া।
Ans: ভাইৰাছ।
১৩। কি অক্সিজেন ব্যৱহাৰ কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হ’য়?
1) সুৰা।
2) চেনি।
3) নাইট্ৰ’জেন
Ans: সুৰা।
১৪। কিমান চনত গো-বসন্তৰ ভাইৰাছ মানুহৰ গাত সোমাই দি বসন্তৰ পৰা আজীৱন সুৰুক্ষা দিছিল?
1) ১৭৯৮ চনত।
2) ১৬৯৮ চনত।
3) ১৪৯৮ চনত।
Ans: ১৭৯৮ চনত।
১৫। অণুজীৱৰ ভাগ কেইটা কি কি?
1) বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু কিছুমান শেলাই।
2) ভাইৰাছ, এমিবা, ইষ্ট আৰু এন্টামিবা।
3) ওপৰৰ ওটাও নহয়।
Ans: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু কিছুমান শেলাই।