Chapter 4
পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ
১। যিবিলাক পদাৰ্থৰ চিকমিকনি আছে সেইবোৰক কি বুলি কোৱা হয় ?
ক) অধাতু
খ) ধাতু
গ) ৰূপ
উত্তৰঃ খ) ধাতু
২। বিভিন্ন ধৰণৰ পদাৰ্থৰ বিভিন্ন আছে ।
ক) ধৰ্ম
খ) জাতি
গ) এটাও নহয়
উত্তৰঃ ক) ধৰ্ম
৩। যিবোৰ বস্তু সহজে চেপেটা কৰিবলৈ টান সেইবোৰ বস্তুক কি বুলি কোৱা হয় ?
ক) কোমল
খ) কঠিন
গ) ধাতু
উত্তৰঃ খ) কঠিন
৪। তলৰ কোনটো কোমল পদাৰ্থৰ উদাহৰণ ?
ক) কপাহ
খ) লো
গ) খৰি
উত্তৰঃ ক) কপাহ
৫। যিবোৰ দ্ৰব্য পানীত সম্পূৰ্ণৰূপে অদৃশ্য হয়, সেইবোৰ বস্তুক কি বুলি কোৱা হয় ?
ক) অদ্ৰৱণীয়
খ) দ্ৰৱণীয়
গ) ওপৰৰ দুয়োটা
উত্তৰঃ খ) দ্ৰৱণীয়
৬। যিবোৰ পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা যায় সেইবোৰ পদাৰ্থক কি বুলি কোৱা হয় ?
ক) অস্বচ্ছ
খ) ঈষৎ স্বচ্ছ
গ) স্বচ্ছ
উত্তৰঃ গ) স্বচ্ছ
৭। তলৰ ছবিখনত থকা ছোৱালীজনীয়ে কৰা কামটো শুদ্ধ হৈছেনে ?
ক) শুদ্ধ হোৱা নাই
খ) শুদ্ধ হৈছে
গ) এটাও নহয়
উত্তৰঃ ক) শুদ্ধ হোৱা নাই
৮। কাঠবোৰ দেখাত তকৈ বেলেগ ।
ক) লো
খ) গছ
গ) ওপৰৰ দুয়োটা
উত্তৰঃ ক) লো
৯। যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি সেইবোৰ পদাৰ্থক কি বুলি কোৱা হয় ?
ক) কঠিন পদাৰ্থ
খ) কোমল পদাৰ্থ
গ) টান পদাৰ্থ
উত্তৰঃ খ) কোমল পদাৰ্থ
১০। তলৰ কোনটো কঠিন পদাৰ্থৰ উদাহৰণ ?
ক) স্পঞ্জ
খ) কপাহ
গ) লো
উত্তৰঃ গ) লো
১১। যিবোৰ দ্ৰব্য পানীত বহু সময় ঘুটি থাকিলেও অদৃশ্য নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয় ?
ক) দ্ৰৱণীয়
খ) অদ্ৰৱণীত
গ) ওপৰৰ দুয়োটা
উত্তৰঃ খ) অদ্ৰৱণীত
১২। তলৰ কোনটো পদাৰ্থ পানীত পেলাই দিলে উপঙি থাকিব ?
ক) এখিলা পাত
খ) এটা শিলগুটি
গ) ওপৰৰ দুয়োটা
উত্তৰঃ ক) এখিলা পাত
১৩। যিবোৰ পদাৰ্থৰ মাজেৰে চালে বস্তুবোৰ দেখি যদিও স্পষ্ট নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয় ?
ক)স্বচ্ছ পদাৰ্থ
খ) অস্বচ্ছ পদাৰ্থ
গ) ঈষৎ স্বচ্ছ
উত্তৰঃ গ) ঈষৎ স্বচ্ছ
১৪। তলৰ কোনটো অস্বচ্ছ পদাৰ্থৰ উদাহৰণ ?
ক) এটা কাচৰ বটল
খ) এটা বন্ধ কাঠৰ বাকচ
গ) কিছুমান প্লাষ্টিক
উত্তৰঃ খ) এটা বন্ধ কাঠৰ বাকচ
১৫। ‘খহতা’ শব্দৰ ইংৰাজী ৰূপটো কি ?
ক)Rough
খ) Soluble
গ) Hard
উত্তৰঃ ক) Rough
১৬। তলৰ কোনটো বস্তু কাঠেৰে তৈয়াৰী ?
ক) চামুচ
খ) পুতলা
গ) চকী
উত্তৰঃ গ) চকী
১৭। চকমাটি পানীত দ্ৰৱীভূত হয়নে ?
ক) নহয়
খ) হয়
গ) ওপৰৰ দুয়োটা
উত্তৰঃ খ) হয়
১৮। গোলাপ, খৰিকাজাই, নাওঁ, নাৰ্জী, পদুম। এইকেইটাৰ ভিতৰত অমিল কোনটো ?
ক) নাৰ্জী
খ) খৰিকাজাই
গ) নাওঁ
উত্তৰঃ গ) নাওঁ
১৯। পানীত তেল মিহলি হয়নে ?
ক)হয়
খ )নহয়
গ) কেতিয়াবা হয়
উত্তৰঃ খ) নহয়
২০। ভিনেগাৰ পানীত হয়।
ক) চলাচল
খ) দ্ৰৱীভূত
গ) এটাও নহয়
উত্তৰঃ খ) দ্ৰৱীভূত