Chapter 15
আমাৰ পৰিৱেশ
A. অতি চমু প্ৰশ্নাৱলীঃ মূল্য়াংকঃ1
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
তলত দিয়া কোনটো জীৱ নিন্মিকৰণ পেলনিয়া দ্ৰব্য় ? [HSLC’16]
(a) পলিথিনৰ মোনা
(b) আমৰ বাকনি
(c) ফালি যোৱা চমৰাৰ মোনা
(d) প্লাষ্টিকৰ বটল
2. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয় ? [HSLC’15]
(a) পাকঘৰৰ শাক-পাচলি আৱৰ্জনা
(b) পুৰণি ফটা কাপুৰ
(c) প্লাষ্টিকৰ মোনা
(d) পুৰণি বাতৰি কাকত
3. বায়ুমণ্ডলৰ উচ্চ, স্তৰত অজন_____ ক বাধা দিয়ে । [HSLC’17]
(a) অৱলোহিত ৰশ্মি
(b) দৃশ্য়মান পোহৰ
(c) অতি বেঙুনিয়া ৰশ্মি
(d) (a) আৰু (b)
4. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে ? [HSLC’18]
(a) পিঠা, কাঠ আৰু ঘাঁহ
(b) ফলমূলৰ বাকলি, পিঠা আৰু টেঙা ৰস
(c) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(d) ঘাঁহ, ফুল আৰু চামৰা
5. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য় শৃংখলা গঠন কৰে ? [HSLC’ 20]
(a) ঘাঁহ, মাছ আৰু ছাগলী
(b) ছাগলী, গৰু আৰু হাতী
(c) ঘাঁহ, ছাগলী আৰু মানুহ
(d) ঘাঁহ, ঘেহুআৰু আম
B. চমু প্ৰশ্নালৱীঃ মূল্য়াংকঃ 2/3
1. অ’জ’ন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অবক্ষয় ঘটিছে ? [HSLC’ 15]
2. পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদান বিলাক কি ? [HSLC’15]
3. কৃষিত প্ৰগ কৰা কীটনাশক দ্ৰব্য়বোৰ কেনেকৈ আমাক প্ৰভাৱাম্বিত কৰে ব্য়াখ্য়া কৰা । [HSLC’ 16]
4. পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয় লিখা । [HSLC’ 16]
5. পৰিস্থিতি তন্ত্ৰৰ উপাদান বিলাক কি কি ব্য়াখ্য়া কৰা । আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ এটা উল্লেখ কৰা । [HSLC’ 17]
6. পৌষ্টিক স্তৰ কি ? খাদ্য় শৃংখল এটাৰ পৌষ্টিক স্তৰ সমূহ বৰ্ণনা কৰা । [HSLC’ 17]
7. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ? এটা পৰিস্থিতিতন্ত্ৰত শক্তিৰ পৰিবহণৰ চিত্ৰ আকাঁ । [HSLC’ 18]
8. অ’জন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চমুকৈ ব্য়াখ্য়া কৰা । [HSLC’ 19]
9. অজৈৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা । [HSLC’ 19]
10. পেলনীয় আবৰ্জনাৰ সমস্য়া হ্ৰাস কৰিবলৈ তুমি পদক্ষেপ গ্ৰহন কৰিবা ?
[HSLC’ 20]
11. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা দুটা সমস্য়াৰ উল্লেখ কৰা । [HSLC’ 20]