Chapter 6
হৰণ
অনুশীলনীঃ (ঘ)
১। উত্তৰ লিখা一
ক) ৮❌৬=৪৮ হ’লে ৪৮➗৬= কিমান
৪৮➗৮= কিমান
উত্তৰঃ ৪৮➗৬= ৮
৪৮➗৮= ৬
খ) ১২৫❌৫=৬২৫ হ’লে ৬২৫➗৫= কিমান
৬২৫➗১২৫=কিমান
উত্তৰঃ ৬২৫➗৫=১২৫
৬২৫➗১২৫=৫
গ) ৯❌১২=১০৮ হ’লে ১০৮➗৯= কিমান
১০৮➗১২=কিমান
উত্তৰঃ ১০৮➗৯=১২
১০৮➗১২=৯
ঘ) ১৩❌১১=১৪৩ হ’লে ১৪৩➗১১=কিমান
১৪৩➗১৩=কিমান
উত্তৰঃ ১৪৩➗১১=১৩
১৪৩➗১৩=১১
২। খালী ঠাই পূৰণ কৰাঃ
ক) ৭❌⬜= ১০৫
উত্তৰঃ ৭❌১৫= ১০৫
খ) ১৫❌⬜= ১০৫
উত্তৰঃ ১৫❌৭= ১০৫
গ) ⬜❌৩=৬৩
উত্তৰঃ ২১❌৩=৬৩
ঘ) ⬜❌৩=৪২
উত্তৰঃ ১৪❌৩=৪২
ঙ) ৭২➗৬=⬜
উত্তৰঃ ৭২➗৬=১২
৩। দুটা সংখ্য়াৰ পূৰণফল ১৮০ । এটা সংখ্য়া ৯ হ’লে আনটো সংখ্য়া কিমান?
উত্তৰঃ আনটো সংখ্য়া ২০ হ’ব।
৪। দুটা সংখ্য়াৰ পূৰণফল ৩৬০ । এটা সংখ্য়া ১৫ হ’লে আনটো সংখ্য়া কিমান?
উত্তৰঃ আনটো সংখ্য়া ২৪ হ’ব।
৫। দুটা সংখ্য়াৰ পূৰণফল ৪৫০। এটা সংখ্য়া ৯০ হ’লে আনটো সংখ্য়া কিমান?
উত্তৰঃ আনটো সংখ্য়া ৫ হ’ব।