Chapter 3
বিয়োগ
অনুশীলনীঃ (খ)
১। খালী ঠাই পূৰ কৰাঃ
ক) ৫৫+৩৫=৯০ হ’লে ৯০- =৫৫
আৰু ৯০- =৩৫
খ) ৭০-৪৮=২২ হ’লে ৪৮ + = ৭০
গ) ৮৫-৩৮ =৪৭ হ’লে ৪৭ + =৮৫
Ans:
ক) ৫৫+৩৫=৯০ হ’লে ৯০- ৩৫ =৫৫
আৰু ৯০- ৫৫ =৩৫
খ) ৭০-৪৮=২২ হ’লে ৪৮ + ২২ = ৭০
গ) ৮৫-৩৮ =৪৭ হ’লে ৪৭ + ৩৮ =৮৫
২। ** ঠাই পূৰোৱাঃ
ক) খ) ১০৮ গ) ৭০০
-৪৫ – +
১৩ ৬৩ ৯৩৫
ঘ) * * * * ঙ) ৫০০০ চ) ৫০০০
-১১১১ – –
৬০০০ ২৩৫ ৮৮৮
Ans:
ক) ৫৮ খ) ১০৮ গ) ৭০০
-৪৫ – ৪৫ +২৩৫
১৩ ৬৩ ৯৩৫
ঘ) ৭১১১ ঙ) ৫০০০ চ) ৫০০০
-১১১১ – ৪৭৬৫ – ১১২
৬০০০ ২৩৫ ৮৮৮
৩। বিয়োগফল উলিওৱা আৰু শুদ্ধতা পৰীক্ষা কৰাঃ
ক) ৪৩৫ খ) ৩২৭ গ) ৪৪৪ ঘ) ৩১২
-২৮০ -৬৮ -৮৮ -৭১
Ans:
ক) ৪৩৫ খ) ৩২৭ গ) ৪৪৪ ঘ) ৩১২
-২৮০ -৬৮ -৮৮ -৭১
১৩৫ ২৫৯ ৩৫৬ ২৪১
৪। ১৩৮ ৰ লগত কি যোগ কৰিলে ৩০০ পোৱা যাব?
Ans: ১৩৮ ৰ লগত ১৬২ যোগ কৰিলে ৩০০ পোৱা যাব।
৫। ৪০০ ৰ পৰা কি বিয়োগ কৰিলে ১৫০ পোৱা যাব?
Ans: ৪০০ ৰ পৰা ২৫০ বিয়োগ কৰিলে ১৫০ পোৱা যাব।
৬। ১০০০ ৰ পৰা কি বিয়োগ কৰিলে ৯০৯ পোৱা যাব?
Ans: ১০০০ ৰ পৰা ৯১ বিয়োগ কৰিলে ৯০৯ পোৱা যাব।
৭। দুটা সংখ্যাৰ যোগফল ১১৩৩। তাৰে এটা ৮৭০ হ’লে আনটো কিমান?
Ans: দুটা সংখ্যাৰ যোগফল ১১৩৩। তাৰে এটা ৮৭০ হ’লে আনটো ২৬৩।
৮। এখন চকী আৰু এখন মেজৰ দাম ১২০০ টকা। চকীখনৰ দাম ৪৮০ টকা। মেজখনৰ দাম কিমান?
Ans: এখন চকী আৰু এখন মেজৰ দাম ১২০০ টকা । চকীখনৰ দাম ৪৮০ টকা, মেজখনৰ দাম ৭২০ টকা।
৯। দুটা সংখ্যাৰ বিয়োগফলৰ ৭৫। তাৰে ডাঙৰ সংখ্যাটো ২০০। সৰু সংখ্যাটো কিমান?
Ans: দুটা সংখ্যাৰ বিয়োগফল ৭৫ । তাৰে ডাঙৰ সংখ্যাটো ২০০। সৰু সংখ্যাটো ১২৫।
১০। তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত আৰু কিমান যোগ কৰিলে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো পোৱা যাব?
Ans: তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ’ল ১০০
আটাইতকৈ ডাঙৰ সংখ্যাটো হ’ল ৯৯৯
৯৯৯ পাবলৈ ১০০ ৰ লগত ৮৯৯ যোগ কৰিব লাগিব।