Chapter 13
উদ্ভিদৰ পৰা পোৱা বস্তু
১) মানুহে আহাৰ উদ্ভিদৰ পৰাই পায় ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
২) কিহৰ পৰা সূতা তৈয়াৰ কৰা হয় ?
ক) বাহঁৰ পৰা
খ) কপাহৰ পৰা
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) কপাহৰ পৰা
৩) আহাৰে কাম কৰিবলৈ কি দিয়ে ?
ক) শক্তি আৰু জোৰ
খ) ডাঙৰ দীঘল হবলৈ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শক্তি আৰু জোৰ
৪) ঘৰচীয়া জন্তুবোৰৰ নাম লিখা ?
ক) কাউৰী, মাছ, কাছৰ
খ) গৰু, ম’হ, ঘোঁৰা
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) গৰু, ম’হ, ঘোঁৰা
৫) শৰীৰৰ বাবে বায়ু লোৱা অক্সিজেন কেইটাৰ নাম হ’ল কাৰ্বন- ডাই-অক্সিইড, অক্সিজেন ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
৬) উদ্ভিদ নাথাকিলে জীৱ – জন্তু জীয়াই থাকিব ?
ক) পাৰে
খ) নোৱাৰে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) নোৱাৰে
৭) উদ্ভিদে বায়ু পৰিস্কাৰ কৰি ৰাখে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
৮) গছে কি অক্সিজেন লয় ?
ক) কাৰ্বন ডাই অক্সাইড
খ) অক্সিজেন
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) কাৰ্বন ডাই অক্সাইড
৯) পৃথিৱীৰ অসংথখাযবিধ উদ্ভিদ আছে ?
ক) হয়
খ) নহয়
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) হয়
১০) মানুহে নিজে কাপোৰ তৈয়াৰ কৰে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ