Chapter 11
প্ৰাণী
১) প্ৰাণী মানে কি ?
ক) গৰু ছাগলি আদি
খ) পখিলা চৰাই আদি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) গৰু ছাগলি আদি
২) মাানুহবোৰ এবিধ কি প্ৰাণী ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
৩) আহাৰে কি দিয়ে ?
ক) শক্তি দিয়ে
খ) প্ৰাণ দিয়ে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শক্তি দিয়ে
৪) মাছৰ কাণত কি থাকে ?
ক) বিশ
খ) ফুল
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) ফুল
৫) মৌ মাখি, বৰল, পখিলা প্ৰধান আহাৰ কি ?
ক) ফুলৰ ৰেণু
খ) পানী,
গ) ইয়াীৰ ভিতৰত এটাও নহয়
Ans: ক) ফুলৰ ৰেণু
৬) মাংস খোৱা প্ৰাণীবোৰক কি বুলি কোৱা হয় ?
ক) তৃৰ্ণ ভোজি
খ) মাংস ভোজি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) মাংস ভোজি
৭) চৰাই , বাদুলিৰ দৰে প্ৰাণীবোৰে কিহত বাহ সাজি লয় ?
ক) ঘৰত
খ) গছত
গ) পানীত
Ans: খ) গছত
৮) পখিলা ,জিঞা আদি কিহৰ সহায়ত উৰে ?
ক) ভৰিৰ
খ) পাখিৰ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) পাখিৰ
৯) কি প্ৰাণী বগাই বা চুচঁৰি চলা- ফুৰা কৰে ?
ক) পখিলা আৰু চৰাই
খ) পাখিৰ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) পাখিৰ
১০) কিহৰ সহায়ত প্ৰাণীয়ে কাম কৰিব পাৰে ?
ক) অংগৰ
খ) শক্তি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) অংগৰ