অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাঁতাৰ নাটকখনৰ নাম কি আছিল ?

কলিকতা অনাঁতাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা প্ৰফুল্ল চন্দৰ বৰুৱাৰ ৰচিত ‘বীণ বৈৰাগী’ ।