Chapter 7
ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ
১। কিমান খ্ৰি.ত বংগদেশত দুৰ্ভিক্ষ হৈ বহুত মানুহ মৃত্যু হয় ?
উত্তৰঃ ১৭৭০ খ্ৰি.ত বংগদেশত দুৰ্ভিক্ষ হৈ বহুত মানুহ মৃত্যু হয়।
২। চিৰস্থায়ী বন্দবস্তিৰ প্ৰৱৰ্তন কোনে কৰিছিল ?
উত্তৰঃ চিৰস্থায়ী বন্দবস্তিৰ প্ৰৱৰ্তন কৰ্ণৱালিছে কৰিছিল।
৩। কোনে ১৭৮৫ খ্ৰি.ত পদগত্যাগ কৰি ইংলেণ্ডলৈ ঘূৰি যায় ?
উত্তৰঃ হেষ্টিংছে ১৭৮৫ খ্ৰি.ত পদগত্যাগ কৰি ইংলেণ্ডলৈ ঘূৰি যায়।
৪। কিমান খ্ৰি.ত বংগদেশৰ গৱৰ্ণৰ নিযুক্তি দিয়ে ?
উত্তৰঃ ১৭৭২ খ্ৰি.ত বংগদেশৰ গৱৰ্ণৰ নিযুক্তি দিয়ে।
৫। লৰ্ড কৰ্ণৱালিজ কোন চনত জন্ম হৈছিল ?
উত্তৰঃ লৰ্ড কৰ্ণৱালিজ ১৭৮৬ চনত জন্ম হৈছিল।
৬। ১৭৭২ খ্ৰি.ত কোনে বংগদেশৰ গৱৰ্ণৰ হৈ আহে ?
উত্তৰঃ ১৭৭২ খ্ৰি.ত ৱাৰেণ হেষ্টিংছে দেশৰ গৱৰ্ণৰ হৈ আহে।
৭। লৰ্ড বেন্টিংক শাসনকালক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ লৰ্ড বেন্টিংক শাসনকালক দুটা ভাগত ভগাব পাৰি।
৮। কৰ্ণৱালিজ এজন কি আছিল ?
উত্তৰঃ কৰ্ণৱালিজ এজন সুদক্ষ প্ৰশাসক আছিল।
৯। ১৮১৩ চনত কৰা আন এখন চনদেক’ম্পেনিৰ এচেতিয়া ব্যৱাসায় বন্ধ কৰে ?
উত্তৰঃ ১৮১৩ চনত কৰা আন এখন চনদে ক’ম্পেনিৰ এচেতিয়া ব্যৱাসায় বন্ধ কৰে।
১০। লৰ্ড কৰ্ণৱালিজ ৰ মৃত্যু কিমান চনত হৈছিল ?
উত্তৰঃ লৰ্ড কৰ্ণৱালিজ মৃত্যু ১৭৯৩ চনত হৈছিল।
১১। লৰ্ড আৰ্মহাষ্টৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ কোন আহে ?
উত্তৰঃ লৰ্ড আৰ্মষ্টাৰ পিছত গৱৰ্মৰ জেনেৰেল হৈ লৰ্ড বেন্টিংক আহে ।
১২। কিমান খ্ৰি.ত ইংলেণ্ডৰ সংসদে ভাৰতৰ শাসন ব্যৱস্থাৰ বাবে এখন চনদ প্ৰৱৰ্তন কৰে ?
উত্তৰঃ ১৭৭৩ খ্ৰি.ত ইংলেণ্ডৰ সংসদে ভাৰতৰ শাসন ব্যৱস্থা বাবে এখন চনদ প্ৰৱৰ্তন কৰে ।
১৩। কোনে বিধাবা আইন আৰুি পাশ্চাত্য শইক্ষা প্ৰচলন কৰিছিল ?
উত্তৰঃ বেন্টিকে বিধবা আইন আৰুি পাশ্চাত্য শইক্ষা প্ৰচলন কৰিছিল।
১৪। ১৭৯১ চনত বাৰাণসীত কি কলেজ স্থাপন হয় ?
উত্তৰঃ ১৭৯১ চনত বাৰাণসীত হিন্দু কলেজ স্থাপন হয় ।
১৫। কিমান চনত ক’লকাতা, চেন্নাই আৰু মুম্বাইত উচ্চ ন্যায়ালয় স্থাপন কৰা হয় ?
উত্তৰঃ ১৮৬৫ চনত ক’লকাতা, চেন্নাই আৰু মুম্বাইত উচ্চ ন্যায়ালয় স্থাপন কৰা হয়।
১৬। ‘এছিয়াটিক বেঙ্গল ছ’ছাইটি’ কাৰ দিনত স্থাপন হৈছিল ?
উত্তৰঃ ‘এছিয়াটিক বেঙ্গল ছ’ছাইটি’ ৱাৰেণ হেষ্টিংছৰ দিনত স্থাপন হৈছিল।
১৭। কৰ্ণৱালিছে কেইটা প্ৰন্থ হাতত লৈছিল ?
উত্তৰঃ কৰ্ণৱালিছে ৪ টা প্ৰন্থ হাতত লৈছিল।
১৮। ইংৰাজৰ শাসন ব্যৱস্থা মূলত কেইটা ভাগত বিভক্ত কৰা হৈছে ?
উত্তৰঃ ইংৰাজৰ শাসন ব্যৱস্থা মূলত তিনিটা ভাগত বিভক্ত কৰা হৈছে।
১৯। কোনে বশ্যতামূলত মিত্ৰতা নীতি গ্ৰহণ কৰিছিল ?
উত্তৰঃ লৰ্ড ৱেলেছলিয়ে বশ্যতামূলত মিত্ৰতা নীতি গ্ৰহণ কৰিছিল।
২০। হেষ্টিংছৰ পদবী কি আছিল ?
উত্তৰঃ হেষ্টিংছৰ পদবী আছিল ক্ৰমে সমাহৰ্তা আৰু দেৱান।