Tom Sawyer
Word Meaning
Page No: 21 (word meaning)
1. Fond (ফন্দ্) – মুগ্ধ
2. Adventure (এডভেঞ্চাৰ) – অভিমান
3. Always (অলৱেইজ) – সদায়
4. Dreamt (ড্ৰিমট্) – সপোৰন দেখিছিল
5. Finding (ফাইন্দিঙ) – বিচাৰিপোৱা
6. Boxes (বকেজ্) – বাকচবোৰ
7. Hidden (হিদেন) – গুপ্ত
8. Treasure (ট্ৰেজাৰ) – ধন সম্পত্তি
9. Haunted (হন্টেড্) – আদ্দা / ভূত থকা ঠাই
10. Houses (হাউজেজ) – ঘৰবোৰ
11. Made (মেইড) – তৈয়াৰ কৰা
12. Friend (ফ্ৰেন্দ) – বন্ধু
13. Evening (ইভনিং ) – সন্ধিয়া
14. Decided (ডিচাইডেড্) – সিদ্ধান্ত লোৱা
15. Select (চিলেক্ট) – বাছনি কৰা
16. Broken (ব্ৰকেন) – ভগা-ছিগা
17. Quiet (কোৱায়েট) – নিজম
18. Place (প্লচ) – ঠাই
19. Distance (ডিচটেন্স) – দুৰত্ব
20. Far Away (ফাৰ এৱেই) – দুৰত
21. Great (গ্ৰেট) – মহান
Page No: 22 (word meaning)
22. Discovery (ডিচকোভাৰী) – আবিস্কাৰ
23. Wonder (ৱন্দাৰ) – আচৰিত হোৱা
24. Buried (বাৰিড) – পুতিথোৱা আছিল
25. Forgot (ফৰগট) – পাহৰিছিল
26. Thought (থট) – চিন্তা
27. Arrived (এৰাইভড্) – আহি পাইছিল
28. Search (চাৰ্চ) – সন্ধান কৰা
29. Sure (চিউৰ) – নিশ্চয়
30. Hiding (হাইডিঙ) – লুকাই থকা
31. Companion (কেম্পনিয়ন) – লগৰী
32. Upstairs (আপষ্টেয়াৰচ) – টপৰলৈ যোৱা চিৰি
33. Blood running cold (ব্লাড ৰাণিঙ ক’ল্ড) – ভয়তে তেজ ঠাণ্ডা হোৱা
34. Thankfully (থেংকফুলী) – ভাগ্যে
35. Collapsed (কলাপচড্) – ভাঙি পৰা
36. Toppled (টোপলড্) – হামখুৰি খাইপৰা
37. Ground (গ্ৰাউন্দ) – মাটি
38. Breathe (ব্ৰিথ) – উলাহ লোৱা
39. Easily (ইজিলি) – সহজতে
40. Wrapping (ৰেপিঙ) – মেৰিয়াই লোৱা
41. Blanket (ব্লংকেট) – কম্বল
42. Lifted (লিফেটড্) – তুলি ধৰা
43. Shoulder (চোলডাৰ) – কান্ধ
Page No: 23 (word meaning)
44. Indeed (ইনদিদ) – প্ৰকৃততে
45. Missed (মিছড) – হেৰুৱালো
46. Dug (ডাগ্) – মাটি খান্দা
47. Took away (টুক এৱেই) – লৈ যোৱা
48. Grumbled (গ্ৰম্বল্ড) – অভিযোগ / আপত্তি কৰা