Chapter 14
সৰু ছোৱালী আৰু পখী
১/ সৰু ছোৱালীয়ে কি কি দিম বুলি পখীক মাটিছিলে ?
উত্তৰঃ ফুল দিম কোঁচ ভৰি খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালী বাহ আহ পখী আহ পখী বুলি মাটিছিল ।
২/ পাঠটিত পখী শব্দ কেইতা আছে ?
উত্তৰঃ ১১ টা শব্দ আছে ।
৩/ পদ্য়টোত ছন্দ মিলাবৰ বাবে ‘গা’ শব্দ সলনি কি শব্দ দিছে ?
উত্তৰঃ ‘গাহ’ শব্দৰ ৰূপ দিছে ।
৪/ সৰু ছোৱালীয়ে পখীক কি বুলি কৈছিল ?
উত্তৰঃ গীত গাবি সুললিত শুনি হম হৰষিত ওচৰতে আছে এটি বাহ আহ পখী ততালিকে আহ ।
৫/ সৰু ছোৱালীয়ে পখীক কিয় দেখিলেই চাই ৰওঁ বুলি কৈছে ?
উত্তৰঃ কাৰণ সৰু ছোৱালীয়ে পখীক ভাল পাই সেইকাৰনে দেখিলেই চাই ৰওঁ বুলি কৈছে ।
৬/ সৰু ছোৱালীয়ে পখীৰ লগত কি কৰিম বুলি কৈছিল ?
উত্তৰঃ পকা পকা ফল দিম তোৰ সতে ওমলিম, পাবি ৰং আহ পখী আহপখী বুলি কৈছিল ।
৭/ পখীক কিহেৰে বাহ সাজি দিম বুলি কৈছিল ?
উত্তৰঃ সোণেৰে সাজি দিম বুলি কৈছিল ।
৮/ সৰু ছোৱালীয়ে পখীক কেনেকৈ আহ বুলি কৈছিল ?
উত্তৰঃ গছে-বনে থাকি কিনো গাহ, আহ পখী আহ, ওকেচিপে আহ ।
৯/ সৰু ছোৱালীয়ে পখীক কি গাবলৈ মাটিছিল ?
উত্তৰঃ গীত গাবলৈ মাটিছিল ।
১০/ কবিতাতিৰ কবি কোন ?
উত্তৰঃ কবি- ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ ।