ক’ত আৱিষ্কাৰ হোৱা ২৬ মিটাৰ দীঘল আৰু ৪৫ চেণ্টিমিটাৰ বহল এখন ইটাৰ বেৰে ইটাৰ ব্যৱহাৰ প্ৰমাণিত কৰিছে ?

উত্তৰঃ- গুৱাহাটীৰ আমবাৰীত আৱিষ্কাৰ হোৱা ২৬ মিটাৰ দীঘল আৰু ৪৫ চেণ্টিমিটাৰ বহল এখন ইটাৰ বেৰে ইটাৰ ব্যৱহাৰ প্ৰমাণিত কৰিছে ।