অনুশীলনী 6.3
1. চিত্ৰ 6.39 ত PQR ৰ QP আৰু RO বাহু দুটাক ক্ৰমে S আৰু T বিন্দলৈ বঢ়াই দিয়া হ’ল। যদি SPR=135 আৰু PQT=110, তেন্তে PRQ নিৰ্ণয় কৰা।
Ans: TR এডাল ৰেখা,
<TQP+<PQR=180
<PQR=180-110=70
QS এডাল ৰেখা
<QPR+<SPR=180
<QP=180-135=45
PQR ত্ৰিভূজৰ
<PQR+<QPR=180
<PRQ=180-70-45
= 65
2. চিত্ৰ 6.40 ত x=62, xyz=54,। যদি XYZ ৰ YO আৰু ZO ক্ৰমে <XYZ আৰু <XZY ৰ সমদ্বিখণ্ডক, তেন্তে <OZY আৰু <YOZ উলিওৱা।
Ans: ত্ৰিভূজ X—YZ ৰ পৰা <XYZ+<YXZ+<XZY=180
<XZY=180-62-54=64
OZ <X ৰ সমদ্বিখণ্ডিত
1/2<XZY=<OZY
= <OZY=1/2 64=32
OY <Y ৰ সমদ্বিখণ্ডিত
= <OYZ= 1/2 <XYZ= 1/2 54=27
ত্ৰিভূজ <OYZ ৰ পৰা
<YOZ+<ZYO+<OYZ=180
<YOZ= 180-27-32=121
3. চিত্ৰ 6.41 ত যদি AB|| DE, <BAC=35 আৰু <CDE=53, তেন্তে <DCE উলিওৱা
Ans: <DEC=<BAC=35
এতিয়া, <CDE ভিভূজৰ পৰা
<C+<D+<E=180
<C=180-35-53
=92
4. চিত্ৰ 4.62 ত যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে যাতে <PRT=40, <RPT=95, আৰু <TSQ=75, তেন্তে <SQT উলিওৱা।
Ans: ত্ৰিভূজ PRT ৰ পৰা
<PRT+<RPT+<PTR=180
<PTR=180-95-40
=45
<PTR=<STQ=45
আকৌ ত্ৰিভূজ STQ ৰ পৰা
<STQ+<SQT+<TSQ=180
<SQT=180-75-45=60
<SQT=60
5. চিত্ৰ 4.63 ত, যদি PQ PS, PQ|| SR, <SQR=28 আৰু <QRT=65, তেন্তে X আৰু Y মান উলিওৱা।
Ans: PQ||SR
<PQR=<QRT=65
<X+28=65
<X=65-280=37
PQ ||SR
<QPS=90
এতিয়া, <PQS+<SPQ+<PSQ=180
37+90+Y=180
Y=180-90-37=53
X=37, Y=53
6. চিত্ৰ 6.44 ত PQRৰ OR বাহুক S বিন্দুলৈ বঢ়াই দিয়া হ’ল। যদি <PQR আৰু <PRSৰ সমদ্বিখণ্ডক দুডাল T বিন্দুত মিলিত হয়, তেন্তে প্ৰমাণ কৰা যে
<QTR=1/2 <QPR
Ans:
ত্ৰিভূজৰ বহিঃস্থ কোণটো অন্তঃস্থ বিপৰীত কোণদুটাৰ সমান
<PRS=<PQR+<QPR
2<TRS=2<TQR+<QPR
<TRS-<TQR=<QTR
3 আৰু 4 ৰ পৰা 2<QTR=<QPR
= <QTR =1/2 <QPR