অনুশীলনী 4.2
1. তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় ?
(i) এটা অদ্বিতীয় সমাধান আছে (ii) মাত্ৰ দুটা সমাধান আছে
(iii) অসীম সংখ্যক সমাধান আছে ।
Ans : iii) টো সত্য । কাৰণ xৰ মান বাবে y ৰ মান পোৱা যায়। আৰু y ৰ মানৰ বাবে xৰ মান পোৱা যায়।
2. তলৰ প্ৰতিটো সমীকৰণৰে চাৰিটাকৈ সমাধান উলিওৱা ঃ
(i) 2x + y = 7, (ii) rx + y = 9, (iii) x = 4y
Ans :
3. তলৰ কোনকেইটা ক্ৰমিক যুগল x – 2y = 4 ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা ঃ
(i) (0, 2)
Solution:
(ii) (2, 0) ;
Solution:
(iii) (4, 0)
Solution:
Solution:
(v) (1, 1)
Solution:
4. যদি x = 2, y = 1 সমীকৰণ 2x + 3y = k ৰ এটা সমাধান তেন্তে k ৰ মান নিৰ্ণয় কৰা ।
Solution: