কাৰ্য আৰু শক্তি । অধ্যায় ১১ । Class 9 General Science Lesson 11 Question and Answer | Assamese Medium Class 9 General Science Chapter 11 Solution | নৱম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১ মহকৰ্ষণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

কাৰ্য আৰু শক্তি ২) কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কওঁ? উত্তৰঃ কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ’ব লাগিব। (i) বস্তু এটাত বল নোহোৱা হ’ব লাগিব আৰু (ii) বস্তুটোৰ সৰণ হ’ব লাগিব। অৰ্থাৎ, সম্পাদিত কাৰ্য =বল ×সৰণ ৬) বস্তু এটাৰ গতিশক্তি বুলিলে Read More …