অনুশীলনী 11.1
1. তলৰ তালিকাখন পূৰ কৰাঃ
উত্তৰঃ
2. এখন সমতল আৰু এখন বক্ৰতল থকা দুবিধ বস্তুৰ নাম লিখা ।
উত্তৰঃ এখন সমতল আৰু এখন বক্ৰতল থকা দুবিধ বস্তুৰ নাম হৈছে – i) শংকু আৰু ii) চুপি
3. চুক নথকা দুবিধ বস্তুৰ নাম লিখা ।
উত্তৰঃ চুক নথকা দুবিধ বস্তুৰ নাম হৈছে – i) বল আৰু ii) আপেল
4. চুক আৰু কাষ নথকা দুবিধ বস্তুৰ নাম লিখা ।
উত্তৰঃ কমলা আৰু বল।
5. সূত্ৰ লিখি চিত্ৰ আঁকা ঃ
i) তল
ii) চুক
iii) কাষ
iv) সমতল
v) বক্ৰতল
vi) ঘনক
vii) আয়তীয় ঘনক
viii) ঘোলক
ix) বেলন
x) শংকু
উত্তৰঃ
i)