SVN Class 5 Mathematics। Chapter 10। Question Answer । পাৰিসাংখ্যিক ধাৰণা। অনুশীলনী 10।

 

অনুশীলনী – 10 

1. তোমাৰ শ্ৰেণীৰ 40 জন ছাত্ৰ-ছাত্ৰীয়ে ৰোল নং অনুশৰী তলত দিয়া ধৰণেৰে খেল ভাল পায় – [ ফুটবল (F) , ক্ৰিকেট (C),বেডমিন্টন (B) , কাবাডী (K) , হকী (H) , ভলীবল (V) ]

H    C    F    K    H    V    B    H    K    C

H    H    C    K    V    C    B    B    K    V

C    C     H    C    F    F    C    B    F    V

F    C     F    C    C    B    C    F    V    F

i) দাগচিহ্ন দেখুৱাই এখন তালিকা গঠন কৰা ।

ii) তথ্যৰ পৰা দন্দচিত্ৰ অংকন কৰা ।

উত্তৰ লিখা –

a) আটাইতকৈ কি খেল বেছি সংখ্যাকে ভাল পায়?

b) কাবাডী কিমান জন ছাত্ৰ-ছাত্ৰী য়ে খেলিছিল ?

c) ফুটবল কিমান জন ছাত্ৰ-ছাত্ৰী য়ে খেলিছিল ? 

উত্তৰঃ

i)      

ii) 

a) আটাইতকৈ বেছি ক্ৰিকেট খেলিছিল ।

b) কাবাডী 4 জন ছাত্ৰ-ছাত্ৰী য়ে খেলিছিল।

c) ফুটবল 8 জন ছাত্ৰ-ছাত্ৰী য়ে খেলিছিল ।

2. তলৰ তালিকাবোৰত দিয়া তথ্য অনুসৰি দণ্ডচিত্ৰত  প্ৰকাশ কৰা ঃ

      iii) সংগীতাই বন্ধৰ দিনটোত তলত দিয়া ধৰণেৰে কটালে –

শোৱাত           8 ঘন্টা 

পহাত              4 ঘন্টা 

ঘৰুৱা কামত  3 ঘণ্টা 

ফুৰিবলৈ যোৱাত  2 ঘণ্টা 

অন্যান্য কামত     7 ঘণ্টা 

iv) এখন চিৰিয়াখানাত থকা জন্তুৰ সংখ্যা এনেধৰণৰ 

হাতী           5 টা 

বাঘ             8 টা 

সিংহ           3 টা 

ভালুক         9 টা

বান্দৰ          14 টা 

গড              4 ট

হৰিণ            12 টা 

শিয়াল          10 টা       


    উত্তৰঃ 

i) 

            iv) 

3. তলৰ চিত্ৰখনত পাঁচগৰাকী খেলিয়কৰ ধানৰ উৎপাদন (শ কুইন্টলত) চিত্ৰৰ সহায়ত দেখুৱা হৈছে ।

তথ্যৰ পৰা দন্দচিত্ৰ অংকণ কৰা ঃ

গোলক ⚱ ⚱ ⚱ ⚱ ⚱

তিলক ⚱ ⚱ ⚱ ⚱ 

উত্তম   ⚱ ⚱ ⚱ ⚱ ⚱ ⚱ 

সমীন  ⚱ ⚱ ⚱

গিৰীশ ⚱ ⚱ ⚱ ⚱ ⚱ ⚱ ⚱ 

উত্তৰঃ 

Type: Pompi Hazarika