Chapter 15
তথ্য় সংগ্ৰহ আৰু ব্য়ৱহাৰ
১। এখন চিৰিয়াখানাত থকা অন্য়ান্য় জীৱ-জন্তুৰ লগতে থকা কেইবিধমান জীৱ-জন্তুৰ সংখ্য়া তলত দিয়া হ’ল
জীৱ-জন্তুৰ নাম | সংখ্য়া |
বাঘ | ৪ |
হাতী | ৫ |
গঁড় | ৩ |
বান্দৰ | ১২ |
জিৰাফ | ৬ |
ওপৰৰ তথ্য়ৰ ভিত্তিত দণ্ড চিত্ৰ অংকন কৰা।
২। এটা শ্ৰেণীত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ কিমানজনে আটাইতকৈ কি বিষয় ভাল পায় তাৰ সংখ্য়া তলত দিয়া হ’ল
কি বিষয় ভাল পায় | কিমানে ভাল পায় |
অসমীয়াগণিতনীতি শিক্ষাহিন্দীসংস্কৃতইংৰাজী | ১০৮১১৬৮২ |
এইখিনি তথ্য়ৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।
৩। এখন নিকেনতৰ এটা শ্ৰেণীৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি খেল ভাল পায় তলত উল্লেখ কৰা হ’ল (ফুটবলৰ বাবে F, ক্ৰিকেটৰ বাবে C, বেদমিণ্টনৰ বাবে B, ভলীবলৰ বাবে V, টেবুল চেনিছৰ বাবে T)
F B T V F F C
C F C C V V T
F C T T C C V
C V F B F T F
B T B C T B F
ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তিত দাগহ্ন তালিকা প্ৰস্তুত কৰা।
খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।
৪। এখন নিকেতনৰ এটা শ্ৰেণীৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি ৰং ভাল পায় তলত উল্লেখ কৰা হ’ল। (ৰঙাৰ বাবে R, নীলাৰ বাবে B, হালধীয়াৰ বাবে Y, কমলাৰ বাবে O, সেউজীয়াৰ বাবে G)
B R B Y O O G R
G O R Y O R B G
Y B O G B O R B
B Y B B R O B Y
R R B Y B Y O R
ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তি দাগচিহ্ন তালিকা প্ৰস্তুত কৰা।
খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।