Chapter 9
প্ৰাণীৰ প্ৰজনন
১। প্ৰাণী প্ৰজনন কেই প্ৰকাৰৰ?
1) ৩ প্ৰকাৰৰ।
2) ৫ প্ৰকাৰৰ।
3) ২ প্ৰকাৰৰ।
Ans: ২ প্ৰকাৰৰ।
২। যিকোনো জীৱিত অংশৰ নাইবা এটা জীৱৰ হুবহু প্ৰতিলিপি সৃষ্টি কৰাকে কি বোলে?
1) ফিন ড’ৰছেট।
2) ক্ল’লিং’।
3) ৰ’জলিন।
Ans: ক্ল’লিং’।
৩। কিমান চনত ডলিৰ জন্ম হৈছিল?
1) ১৯৯৬।
2) ১৮৯৮।
3) ১৫৯৬।
Ans: ১৯৯৬।
৪। আণুবীক্ষণিক জীৱ এমিবাত আন এবিধ পদ্ধতি কি জমা হয়?
1) যৌন।
2) অযৌন।
3) অপত্য।
Ans: অযৌন।
৫। এমিবা এবিধ কি জীৱ?
1) ডিম্বজ।
2) এককোষী।
3) মুকুলন।
Ans: এককোষী।
৬। প্ৰাণী জন্ম দিয়া প্ৰাণীবোৰক কি প্ৰাণী বোলে?
1) ডিম্বজ।
2) জৰায়ুজ।
3) কায়ান্তৰণ।
Ans: জৰায়ুজ।
৭। কুকুৰাৰ কণীৰ টান খোলাটোও এনে এটা কি তৰপ আছে?
1) প্ৰতিৰক্ষা।
2) ভ্ৰণ।
3) জৰায়ু।
Ans: প্ৰতিৰক্ষা।
৮। প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ৰ শুক্ৰাণু আৰু কি সমযোজন?
1) ডিম্বাণু।
2) নিষেচন।
3) যোজন।
Ans: ডিম্বাণু।
৯। লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকাশিত হোৱা প্ৰক্ৰিয়াটোক কি বোলে?
1) নিষেচন।
2) ৰুপান্তৰ।
3) মুকুলন।
Ans: ৰুপান্তৰ।
১০। মানুহৰ কিহৰ এটা শিৰ?
1) শিশ্ন।
2) মাধ্যাংশ।
3) শুক্ৰাণুৰ।
Ans: শুক্ৰাণুৰ।
১১। প্ৰাণীবোৰৰ কিহৰ আকৰৰ ভিন্ন হ’য়?
1) ডিম্বাণু।
2) শুক্ৰাণু।
3) নিষেচন।
Ans: ডিম্বাণু।
১২। এটা ডিম্বকোষ আৰু পিতৃৰ এটা শুক্ৰকোষৰ মিলনকে কি বোলে?
1) নিষেচন।
2) ষোজনকোষ।
3) জৰায়ু।
Ans: নিষেচন।
১৩। কিছুমান মাইকী মানুহৰ ডিম্বাবাহী নলীত কি থাকে?
1) নিউক্লিয়াছ।
2) অণ্ডকোষ।
3) প্ৰতিবান্ধক।
Ans: প্ৰতিবান্ধক।
১৪। আভ্যন্তৰীণ নিষেচন সম্পন্ন ক’ত হ’য়?
1) পুং দেহত।
2) স্ত্ৰীৰ দেহত।
3) মুকুলনত।
Ans: স্ত্ৰীৰ দেহত।
১৫। ক্ল’ল কৰা প্ৰথম স্তন্যপায়ী প্ৰাণী টোৰ নাম কি?
1) ফিন ড’ৰেছেট।
2) স্কটিছ ক’লামুখীয়া।
3) ডলী।
Ans: ডলী।
১৬। হাইড্ৰাবোৰত এটা বা তাতোধিক টেমুনা থাকিব পাৰে। এই বিলাক প্ৰকৃততে বিকাশিত নতুন জীৱ। এইবোৰক কি বোলে?
1) মুকুলন।
2) মুকুল।
3) নিষেচন।
Ans: মুকুল।
১৭। পং আৰু স্ত্ৰীজনন কোষৰ সংযোজন ফলত হোৱা প্ৰজননক কি বোলে?
1) যৌন প্ৰজনন।
2) স্ত্ৰী প্ৰজনন।
3) পুং প্ৰজনন।
Ans: যৌন প্ৰজনন।
১৮। পোৱালী জন্ম দিয়া প্ৰাণীসমূহক কি প্ৰাণী বোলে?
1) যোজন।
2) জৰায়ুজ।
3) শুক্ৰাণু।
Ans: জৰায়ুজ।
১৯। কিমান চনৰ কিমান তাৰিখে হাওঁফাঁওজনিত ৰোগত ডলী মৃত্যু মুখত পৰে?
1) ২০০৬ চনৰ ২৮ ফেব্ৰুৱাৰী।
2) ২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰী।
3) ২০০৫ চনৰ ৭ ফেব্ৰুৱাৰী।
Ans: ২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰী।
২০। যৌন আৰু অযৌন কিহৰ প্ৰকাৰ?
1) উদ্ভিদৰ।
2) প্ৰাণীৰ।
3) ওপৰৰ এটাও নহয়।
Ans: প্ৰাণীৰ।