Chapter 8
কোষ-গঠন আৰু কাৰ্য
১। জীৱদেহ কিহৰ দ্বাৰা গঠিত?
1) পাচনৰ দ্বাৰা।
2) ক্ষুদ্ৰ ক্ষুদ্ৰ খুটালিৰে।
3) কোষেৰে।
Ans: কোষেৰে।
২। ক্ল’ৰ’প্লাষ্টৰ বাহিৰেও উদ্ভিদৰ আন অংশ কি?
1) ফুলৰ পাহি।
2) ফলৰ কলি।
3) ৰসধানী।
Ans: ফুলৰ পাহি।
৩। কোষত উৎপাদিত বৰ্জিত পদাৰ্থও ক’ত জমা হ’য়।
1) কোষকেন্দ্ৰত।
2) কোষপ্ৰৰসত।
3) ৰসধানীত।
Ans: ৰসধানীত।
৪। কিমান চনত জীৱবিজ্ঞানী কেমিল’ গলগিয়ে কোষামগ আৱিস্কাৰ কৰিছিল?
1) ১৮৯৮ চনত।
2) ১৯৯৮ চনত।
3) ১৬৯৮ চনত।
Ans: ১৮৯৮ চনত।
৫। কোষৰ মূল অংশ কেইটা?
1) ২ টা।
2) ৬ টা।
3) ৩ টা।
Ans: ৩ টা।
৬। কিমান চনত মাইট’কণ্ড্ৰিয়া আৱিস্কাৰ কৰিছিল?
1) ১৮৯৭।
2) ১৫৯৬।
3) ১৭৮৬।
Ans: ১৮৯৭।
৭। কিছুমান প্ৰাণীৰ কোষত কিমানৰ লৈকে মাইট’কণ্ড্ৰিয়া থাকে?
1) ৪০,০০০।
2) ৩০,০০০।
3) ৫০,০০০।
Ans: ৫০,০০০।
৮। কোষৰ মূল উপাদান কেইটা?
1) ৩ টা।
2) ৪ টা।
3) ৫ টা।
Ans: ৪ টা।
৯। কোষ গঠন আৰু অংগবোৰ সংগঠনৰ ওপৰত ভিত্তি কৰি কোষবোৰক কেইটা ভাগত বিভক্ত কৰা হৈছে?
1) ৬ টা।
2) ৩ টা।
3) ২ টা।
Ans: ২ টা।
১০। ৰৰ্বাট হুকে কিমান চনত এটুকুৰা কৰ্কৰ কোষ পৰ্যবেক্ষন কৰিছিল?
1) ১৭৬৫।
2) ১৯৬৪।
3) ১৬৬৫
Ans: ১৬৬৫
১১। সকলো জীৱৰে কি কোষৰ দ্বাৰা গঠিত।
1) ৰসধানী।
2) ক্লৰোপ্লাষ্ট।
3) দেহকোষ
Ans: দেহকোষ
১২। উদ্ভিদ কোষত প্লাষ্টিড থাকেনে?
1) নাথাকে।
2) থাকে।
3) কিছুমান ত থাকে।
Ans: থাকে।
১৩। ৰসধানীৰ চাৰিওফালে থকা আৱৰণক কি বোলে?
1) গলগি সংঘ।
2) ক্ৰ’ম’জম।
3) ট’ন’প্লাষ্ট।
Ans: ট’ন’প্লাষ্ট।
১৪। ভেঁকুৰ বা আন কিছুমান জীৱৰ কোষত একাধিক কি থাকে?
1) কোষকেন্দ্ৰ।
2) কোষাৱৰণ।
3) কোষপ্ৰৰস।
Ans: কোষকেন্দ্ৰ।
১৫। মাইট’কণ্ড্ৰিয়া কোনে আৱিস্কাৰ কৰিছিল?
1) কফি আৰবিকা।
2) ভিটিয়াছ।
3) চি বিন্দা।
Ans: চি বিন্দা।
১৬। এমিবাৰ আকৃতি অনিয়মীয়া।
1) সত্য।
2) অসত্য।
3) ওপৰৰ এটাও নহয়।
Ans: সত্য।
১৭। ৰৰ্বাট হুকে পৰ্যবেক্ষণ কৰা বাকচ বা কোষবোৰ প্ৰকৃততে কি কোষ?
1) মৃত।
2) পেশী।
3) স্নায়ু।
Ans: মৃত।
১৮। সকলো জীৱ কিহৰ দ্বাৰা গঠিত?
1) কোষ।
2) পেৰামেছিয়াম।
3) নিউৰণ।
Ans: কোষ।
১৯। এটা কোষেৰে গঠিত কোষক কি বোলে?
1) এককোষী।
2) বহুকোষী।
3) ওপৰৰ এটাও নহয়।
Ans: এককোষী।
২০। পেশীকোষবোৰ শাখাযুক্ত।
1) সত্য।
2) অসত্য।
3) ওপৰৰ এটাও নহয়।
Ans: সত্য।