Chapter 7
উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
১। পৃথিৱীত বিভিন্ন ধৰণৰ কি কি আছে?
1) মাটি আৰু প্ৰাণী।
2) জীৱ আৰু জন্তু।
3) উদ্ভিদ আৰু প্ৰাণী।
Ans: উদ্ভিদ আৰু প্ৰাণী।
২। মানৱ কল্যান আৰু কি ৰক্ষাৰ বাবে অপৰিহাৰ্য।
1) সন্মান।
2) অস্তিত।
3) ওপৰৰ এটাও নহয়।
Ans: অস্তিত।
৩। কিহে মাটিৰ পানী ধাৰণ ক্ষমতা হ্ৰাস কৰে?
1) ৰাসায়নিক সাৰে।
2) নিৰ্বনীকৰণে।
3) হাইড্ৰ’জেনে।
Ans: নিৰ্বনীকৰণে।
৪। অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে?
1) ৬ খন।
2) ৫ খন।
3) ৪ খন।
Ans: ৫ খন।
৫। অভ্যয়াৰণ্য ৰ ইংৰাজী নাম কি?
1) Forest Fire।
2) Sanctuary।
3) Biosphere Reserve।
Ans: Sanctuary।
৬। কি এটা প্ৰাণী ৰ প্ৰজাতি ক্ৱল এটা বিশেষ অঞ্চলত হে পোৱা যায়?
1) সোণালী বান্দৰ।
2) নলগাহৰি।
3) গোলাপীমূৰীয়া হাঁহ।
Ans: নলগাহৰি।
৭। একোটা নিদিষ্ট অঞ্চলত বাস কৰা উদ্ভিদবোৰক কি বোলে?
1) প্ৰণীকুল।
2) উদ্ভিদকুল।
3) ওপৰৰ এটাও নহয়।
Ans: উদ্ভিদকুল।
৮। কোনটো সৰীসৃপ প্ৰজাতি নহয়?
1) কেমেলিয়ান।
2) কেক’
3) ওপৰৰ এটাও নহয়।
Ans: ওপৰৰ এটাও নহয়।
৯। পবিতৰা ৰ এলেকা (বৰ্গ কিঃমিঃ) কিমান?
1) ৩৭।
2) ২৬।
3) ১৬।
Ans: ১৬।
১০। গৰম পানী ওহ থকা জিলা খনৰ নাম কি?
1) গোলাঘাট।
2) যোৰহাট।
3) দৰং।
Ans: গোলাঘাট।
১১। অসমৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য কেইখন?
1) ২০ খন।
2) ৩২ খন।
2) ১৯ খন।
Ans: ১৯ খন।
১২। মানাহ সংৰক্ষিত জীৱমণ্ডল কেইটা প্ৰজাতি পোৱা যায়?
1) থলুৱা।
2) প্ৰব্ৰজন।
3) লুপ্তপ্ৰায়।
Ans: লুপ্তপ্ৰায়।
১৩। চৰকাৰে দেশত বাঘৰ সুবিধাৰ বাবে কি আৰম্ভ কৰিছে।
1) ব্যাঘ্ৰ প্ৰকল্প।
2) হৰিণ প্ৰকল্প।
3) বনৰৌ প্ৰকল্প।
Ans: বনৰৌ প্ৰকল্প।
১৪। বাঘ্ৰযোজনা ক’ত হৈছিল?
1) চিৰাং।
2) ওৰাং।
3) মানাহ।
Ans: মানাহ।
১৫। ঐতিহ্য ক্ষেত্ৰ ৰ ইংৰাজী ৰ নাম কি?
1) Biodiversity.
2) Biodiversity.
3) ওপৰৰ এটাও নহয়।
Ans: ওপৰৰ এটাও নহয়।
১৬। তলৰ কোনটো নিবৰ্নীকৰণৰ কিছুমান প্ৰাকৃতিক কাৰণ হৈছে ?
1) প্ৰচণ্ড খৰাং।
2) প্ৰচণ্ড শীতল।
3) প্ৰদূষণ।
Ans: প্ৰচণ্ড খৰাং।
১৭। কি কি বিল ৰ অভয়াৰণ্যত বহুত পৰিভ্ৰমি চৰাই দেখা যায়?
1) গদাধৰ নদী।
2) পবিতৰা।
3) দিহিং নদী।
Ans: পবিতৰা।
১৮। কি হৈছে ধ্বংসপ্ৰাপ্ত অৰণ্যৰ পুনৰ মজুতকৰণ?
1) নিৰ্বনীকৰণ।
2) বনজুই।
3) পুনৰ্বনানীকৰণ।
Ans: পুনৰ্বনানীকৰণ।
১৯। কি প্ৰজাতি কেৱল এটা নিৰ্দিষ্ট অঞ্চলত হে পোৱা যায়?
1) উদ্ভিদকুল প্ৰজাতি।
2) থলুৱা প্ৰজাতি।
3) সৰীসৃপ প্ৰজাতি।
Ans: থলুৱা প্ৰজাতি।
২০। জৈৱ বিভিন্নতাই এটা সুনিৰ্দিষ্ট অঞ্চলত বাস কৰা কি সমূহক বুজায়?
1) প্ৰাণী সমূহক।
2) উদ্ভিদ সমূহক।
3) জীৱসমূহক।
Ans: জীৱসমূহক।