Chapter 4
পদাৰ্থঃ ধাতু আৰু অধাতু
১। ধাতুৱে অম্লৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে?
1) অক্সিজেন।
2) হাইড্ৰ’জেন।
3) নাইট্ৰ’জেন।
Ans: হাইড্ৰ’জেন।
২। কি ধাতু অতি সক্ৰিয়?
1) ছডিয়াম।
2) এলুমিনিয়াম।
3) মেগনেছিয়াম।
Ans: ছডিয়াম।
৩। ফছফৰাছ এবিধ ধাতু?
1) অশুদ্ধ।
2) শুদ্ধ।
Ans: অশুদ্ধ।
৪। জিংক লােতকৈ কি সক্রিয়?
1) ছডিয়াম।
2) অধিক।
3) কম।
Ans: কম।
৫। কোনটো পদার্থক কেৰাচিনত ডুবাই ৰখা হয়?
1) নাইট্র’জেন।
2) মেগনেছিয়াম।
3) এনুমিনিয়াম।
Ans: এনুমিনিয়াম।
৬। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত কি সমূহক বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয়?
1) এলুমিনিয়াম আৰু মেগনেছিয়াম।
2) অক্সিজেন আৰু নাইট্ৰ’জেন।
3) ধাতু আৰু অধাতু।
4) ওপৰৰ এটাও নহয়।
Ans: ধাতু আৰু অধাতু।
৭। কিহে ক্ষাৰকৰ সৈতে কৰা বিক্ৰিয়াবোৰ জটিল?
1) ধাতু।
2) অধাতু।
3) হাইড্ৰ’ক্লৰিক।
Ans: অধাতু।
৮। ধাতু ৰ ইংৰাজী ত শব্দ কি?
1) Hardness.
2) metal.
3) HCL.
Ans: metal.
৯। অধাতুবোৰে সাধাৰণতে কিহৰ লগত বিক্ৰিয়া নকৰে?
1) বায়ু।
2) মাটি।
3) পানী।
Ans: পানী।
১০। কেলছিয়াম হাইড্ৰ’ক্সাইড ক্ষাৰক ত থকা ধাতুৰ নাম কি?
1) মেগনেছিয়াম।
2) কেলছিয়াম।
3) তাম।
Ans: কেলছিয়াম।
১১। গন্ধক আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈ যি গেছৰ উৎপন্ন হৈছে তাৰ নাম কি?
1) কাৰ্বন-ডাই-অক্সাইড।
2) ছালফাৰ-ডাই-অক্সাইড।
3) ছালফিউৰাছ এচিড।
Ans: ছালফাৰ-ডাই-অক্সাইড।
১২। ধাতু আৰু অদাতু দুয়োটাই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে?
1) ছালফাৰ।
2) অক্সাইড।
3) ওপৰৰ এটাও নহয়।
Ans: অক্সাইড।
১৩। কিছুমান ব্যতিক্ৰমী ধাতুও আছে।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়।
Ans: শুদ্ধ।
১৪। ধাতুবোৰে কিহৰ সৈতে বিক্ৰিয়া কৰে?
1) মাটি।
2) পানী।
3) বায়ু।
Ans: পানী।
১৫। পদাৰ্থ বোৰ কিহৰ ধৰ্ম?
1) ভৌতিক।
2) আলোক।
3) ওপৰৰ এটাও নহয়।
Ans: ভৌতিক।