Chapter 3
কৃত্ৰিম আঁহ আৰু প্লাষ্টিক
১। আমি পিন্ধা সাজ-পোছাকবোৰ কিহেৰে তৈয়াৰ কৰা হ’য়?
1) কাপোৰেৰে।
2) আঁহেৰে।
3) ঊলেৰে।
Ans: কাপোৰেৰে।
২। থাৰ্ম প্লাষ্টিকৰ উদাহৰণ কি?
1) পলিথিন আৰু PVC।
2) পলিথিন আৰু BGP।
3) ওপৰৰ এটাও নহয়।
Ans: পলিথিন আৰু PVC।
৩। এক্ৰাইলিক (Acrylic) এবিধ দেখাত ঊণৰ দৰে কৃত্ৰিম আঁহ।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়।
Ans: শুদ্ধ।
৪। প্ৰাকৃতিক উৎসৰ পৰা পোৱা ঊণবোৰ বৰ দামী।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়।
Ans: শুদ্ধ।
৫। পলিয়েষ্টা এবিধ কি?
1) কৃত্ৰিম আঁহ।
2) ৰেয়ন।
3) নাইলন।
Ans: কৃত্ৰিম আঁহ।
৬। কোনবিধ আহঁ কয়লা, পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হৈছিল?
1) কৃত্ৰিম আঁহ।
2) ৰেয়ন আঁহ।
3) লাইনিন আঁহ।
Ans: কৃত্ৰিম আঁহ।
৭। নাইলন এবিধ কি?
1) কৃ্ত্ৰিম আঁহ।
2) পাটৰ কাপোৰ।
3) পৰিয়েষ্টাৰ।
Ans: কৃ্ত্ৰিম আঁহ।
৮। যিবোৰ পৰ্দাথ প্ৰাকৃতিক ক্ৰিয়া-প্ৰক্ৰিয়াৰদ্বাৰা সহজে পচি নাযায় সেইবোৰক কি বোলে?
1) জৈৱ অপনশীল পদাৰ্থ।
2) জৈৱ পচনশীল পৰাৰ্থ।
3) জৈৱ খনিজ পদাৰ্থ।
Ans: জৈৱ অপনশীল পদাৰ্থ।
৯। কৃত্ৰিম আঁহ কিমান চনত কয়লা, পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হৈছিল?
1) ১৬৩৯ চনত।
2) ১৯৩২ চনত।
3) ১৯৩১ চনত।
Ans: ১৯৩২ চনত।
১০। নাইলনৰ পৰা তৈয়াৰী কোনবিধ আঁহ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো?
1) শ্লিপিং।
2) হেলমেট।
3) লোৰ।
Ans: শ্লিপিং।
১১। পিন্ধন সমগ্ৰী বনাৱলৈ পাট অতি উপযুক্ত?
1) শুদ্ধ।
2) অশুদ্ধ।
3) ঊণ।
Ans: অশুদ্ধ।
১২। কাঠৰ মণ্ডপৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে এনে ধৰণৰ আঁহ এবিধ প্ৰস্তুত কৰছিল। এই আঁহবিধক কি পাট বুলি কোৱা হ’ল?
1) ৰেয়ন পাট।
2) কপাহী পাট।
3) লাইনিন পাট।
Ans: ৰেয়ন পাট।
১৩। কিমান শতিকাৰ বিজ্ঞানীসকলে কৃত্ৰিমভাৱে পাটৰ দৰে সূতা আৱিস্কাৰ কৰিছিল?
1) বিশ শতিকাৰ।
2) তেৱন শতিকাৰ।
3) ঊনৈশ শতিকাৰ।
Ans: ঊনৈশ শতিকাৰ।
১৪। পাটপলু আঁহৰ পৰা পোৱা পাটৰ কাপোৰ অত্যন্ত কি?
1) কম দামী।
2) দামী।
3) ওপৰৰ এটাও নহয়।
Ans: দামী।
১৫। প্লাষ্টিক সাধাৰণতে কেই প্ৰকাৰৰ?
1) ৫ প্ৰকাৰৰ।
2) ৩ প্ৰকাৰৰ।
3) ২ প্ৰকাৰৰ।
Ans: ২ প্ৰকাৰৰ।