Chapter 19
বায়ু আৰু পানীৰ প্ৰদূষণ
১। পূথিৱীত জীৱজগত জীয়াই থাকিবৰ বাবে কি অপৰিহাৰ্য?
1) বায়ু
2) পানী
3) মাটি
Ans: বায়ু
২। নিৰ্মল বায়ু আমাৰ বাবে কি?
1) কাম্য
2) অক্ষাম্য
3) অম্ল
Ans: কাম্য
৩। সুস্থ মানে দিনে প্ৰায় কিমান কিলোগ্ৰাম অম্লজান গেছ গ্ৰহন কৰে?
1) ১৬ ৰ পৰা ২০ কিলোগ্ৰাম
2) ২০ ৰ পৰা ২৫ কিলোগ্ৰাম
3) ১৮ ৰ পৰা ৩০ কিলোগ্ৰাম
Ans: ১৬ ৰ পৰা ২০ কিলোগ্ৰাম
৪। ধূলি, ধোৱা আৰু ছাইৰ কণিকাই কি প্ৰদূষিত কৰে?
1) বায়ুমণ্ডল
2) জীৱমণ্ডল
3) সমমণ্ডল
Ans: বায়ুমণ্ডল
৫। বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়াৰ নামৰ স্তৰটোট কি গেছৰ এটা পাতল স্তৰ আছে?
1) অ’জন
2) তেজ’স্ক্ৰিয়
3) ক্ল’ৰ’ফ্লুৰ কাৰ্বন
Ans: অ’জন
৬। ক্ষতিকাৰক গেছ ওলাই কি কৰে?
1) বায়ু প্ৰদূষিত কৰে।
2) জীৱক মাৰাত্মক কৰি তুলে
3) প্ৰাকৃতিক দৃযিত কৰে
Ans: বায়ু প্ৰদূষিত কৰে।
৭। মানুহ নান প্ৰাণী আনকি উদ্ভিদৰো যথেষ্ট ক্ষতিসাধন কিহে কৰে?
1) বায়ুমণ্ডলে
2) বায়ু প্ৰদূষণে
3) জীৱমণ্ডলে
Ans: বায়ু প্ৰদূষণে
৮। নিৰ্মল বায়ুত এঙাৰ গেছৰ পৰিমান শতকৰা কিমান ভাগ থাকিব লাগে?
1) 0.03 শতকৰা
2) 0.07 শতকৰা
3) 0.02 শতকৰা
Ans: 0.03 শতকৰা
৯। এজোপা বৃক্ষৰ গড় আয়ুস কিমান বছৰ?
1) ৪০ বছৰ
2) ৫০ বছৰ
3) ১০০ বছৰ
Ans: ৫০ বছৰ
১০। ধোঁৱাত থকা হাইড্ৰ’কাৰ্বন আৰু তেজস্ক্ৰিয় প্ৰুট’নিয়ামে কি ৰোগৰ স্থষ্টি কৰে?
1) কৰ্কট
2) হৃদৰোগ
3) মূৰৰ বিষ
Ans: কৰ্কট
১১। ৰন্ধন কাৰ্য্যত কাম ধোৱা ওলোৱা চৌকী ব্যৱহাৰ কৰি বায়ু প্ৰদূষণৰ কিছু কি কৰিব পাৰি?
1) বৃদ্ধি
2) হ্ৰাস
3) নিমূল
Ans: হ্ৰাস
১২। প্ৰদূষণ মুক্ত পৰিৱেশত কুনে সুকলমে জীয়াই থাকিব পাৰে?
1) জীৱই
2) চৰাই
3) জন্তু
Ans: জীৱই
১৩। কি পদ্ধতিৰে পানী বিশুদ্ধ কৰিব পাৰি?
1) নানান পদ্ধতিৰে।
2) গৰম কৰা পদ্ধতিৰে।
3) ওপৰৰ গোটেই কেইটা
Ans: নানান পদ্ধতিৰে।
১৪। কল-কাৰাখানা ধোঁৱা ওলোৱা চিমনিবোৰ কি ঙোৱা উচিত?
1) চাপৰ
2) ওখৰ
3) ওপৰৰ এটাও নহয়।
Ans: ওখৰ
১৫। বায়ু পানীক দূষিত কৰা পদাৰ্থবোৰক কি বুলি কোৱা হ’য়?
1) প্ৰদৃষণ
2) প্ৰদূষক
3) ওপৰৰ গোটেই কেইটা
Ans: প্ৰদূষক