Chapter 18
তৰা আৰু সৌৰজগত
১। ৰাতিৰ আকাশত বহুতো কি দেখা যায়?
1) তৰা।
2) জোন।
3) এন্ধাৰ।
Ans: তৰা।
২। নবোমণ্ডলীয়া বস্তু কি?
1) জোন।
2) তৰা।
3) সৌৰজগত।
Ans: তৰা।
৩। কি পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা?
1) সৃৰ্যটো
2) জোন
3) ধ্ৰুৱ।
Ans: সৃৰ্যটো
৪। সূৰ্যটোৰ পৰা তৰা কিমান আঁতৰত আছে?
1) ১৫০,০০০০,০০০ কিলোমিটাৰ।
2) ১৫০,০০০,০০০ কিলোমিটাৰ।
3) ৪০০,০০০,০০০,০০০ কিলোমিটাৰ।
Ans: ১৫০,০০০,০০০ কিলোমিটাৰ।
৫। ছেন্টউৰি পৃথিৱাৰ পৰা কিমান দূৰত্বত অৱস্থিত?
1) ৪০,০০০,০০০০,০০০ কিঃমিঃ।
2) ৪০,০০০,০০০,০০০ কিঃমিঃ।
3) ৫০,০০০,০০০,০০০ কিঃমিঃ।
Ans: ৪০,০০০,০০০,০০০ কিঃমিঃ।
৬। সূৰ্যৰ ৰশ্মিয়ে পূথিৱী পাবলৈ কিমান মিনিট লাগে?
1) ৬ মিনিট।
2) ৭ মিনিট।
3) ৮ মিনিট।
Ans: ৮ মিনিট।
৭। আমাৰ সৌৰজগতখন কি নামৰ হাতীপটি এটা অংশ?
1) ধ্ৰুৱতৰা।
2) মিলকিৱে।
3) তাৰকাপুঞ্জ।
Ans: মিলকিৱে।
৮। পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বটো কি?
1) আলোকবৰ্ষ
2) সূৰ্য্য
3) হাতীপটি
Ans: আলোকবৰ্ষ
৯। পৃথিৱীৰ পৰা আলফা ছেন্টউৰিৰ দূৰত্ব প্ৰায় কিমান?
1) ৪.৩ আলোকৰ্ষ
2) ৯.৭ আলোকৰ্ষ
3) ২.৫ আলোকৰ্ষ
Ans: ৪.৩ আলোকৰ্ষ
১০। ধ্ৰুৱতৰা পৃথিৱীৰ কি দিশত আকাশত অৱস্থিত?
1) পশ্চিম দিশত
2) অক্ষৰ দিশত
3) পূৱ দিশত
Ans: অক্ষৰ দিশত
১১। ৰাতিৰ আকাশত সবাতোকৈ উজ্বল বস্তুটো কি দেখা যায়?
1) চন্দ্ৰ
2) তৰা
3) গ্ৰহ
Ans: চন্দ্ৰ
১২। সূৰ্যটো এটা কি?
1) তৰা
2) নক্ষত্ৰ
3) গ্ৰহ
Ans: তৰা
১৩। সূৰ্যটো হৈছে এটা সৌৰজগতৰ কি?
1) উপগ্ৰহ
2) কেন্দ্ৰবিন্দু
3) ধুমকেতু
Ans: কেন্দ্ৰবিন্দু
১৪। ধ্ৰুৱ তৰাক কোন গোলাৰ্ধৰ পৰা দেখা য়ায়?
1) পশ্চিম দিশ
2) উত্তৰ দিশ
3) দক্ষিন দিশ
Ans: দক্ষিন দিশ
১৫। সূৰ্যটো পূথিৱীৰ আটাইতকৈ ওচৰত থকা কি?
1) তৰা
2) গ্ৰহ
3) নোভোমণ্ডলীয়
Ans: নোভোমণ্ডলীয়