Chapter 14
বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া
১। পদাৰ্থবোৰৰ প্ৰধানকৈ কেইটা ভাগত ভগোৱা হ’য়?
1) ২ টা
2) ৩ টা
3) ৪ টা
Ans: ২ টা
২। তৰল পদাৰ্থৰ মাজেৰে কি প্ৰবাহিত হ’য়?
1) বিদ্যুৎ
2) ৰাসায়নিক ক্ৰিয়া
3) বিদ্যুৎলেপেন
Ans: বিদ্যুৎ
৩। কি পদাৰ্থৰ শূ্ণ্যৰ মাজেদিও বিদ্যুৎ প্ৰৱাহিত হ’য়?
1) তৰল।
2) গেছিয়।
3) কঠিন।
Ans: গেছিয়।
৪। বিদ্যুৎ প্ৰবাহৰ কাৰণ মুক্ত কিহৰ গতি নহয়?
1) বিদ্যুৎলেপেন।
2) তড়িৎদ্বাৰ।
3) ওপৰৰ এটাও নহয়।
Ans: ওপৰৰ এটাও নহয়।
৫। কিছুমান জুলীয়া পদাৰ্থৰ বিদ্যুতৰ কিছুমান কি?
1) সুপৰিবাহী।
2) কুপৰিবাহী।
3) কিছুমান সুপৰিবাহী আৰু কিছুমান কুপৰিবাহী।
Ans: কিছুমান সুপৰিবাহী আৰু কিছুমান কুপৰিবাহী।
৬। কি এবিধ স্বাভাৱিকতে চিকমিকনি থকা ধাতু?
1) ৰূপ।
2) সোণ।
3) ক্ৰমিয়াম।
Ans: ক্ৰমিয়াম।
৭। কিহৰ তুলনাত টিনৰ বিক্ৰিয়া কম?
1) লোৰ।
2) তাম।
3) পাৰা।
Ans: লোৰ।
৮। ______ এটা অতি উপযোগী প্ৰক্ৰিয়া?
1) বিদ্যুৎলেপেন।
2) তড়িৎদ্বাৰ।
3) ওপৰৰ গোটেই কেইটা।
Ans: বিদ্যুৎলেপেন।
৯। বিদ্যুৎ বিশ্লেষ্য তৰলত কেতিয়াবা ধণাত্মক আৰু ঋণাত্মকভাৱে আহিত আয়ন থাকে।
1) শুদ্ধ।
2) অশুদ্ধ।
3) ওপৰৰ এটাও নহয়।
Ans: অশুদ্ধ।
১০। নেমু ৰস সুপৰিবাহী নে কুপৰিবহী?
1) সুপৰিবাহী।
2) কুপৰিবাহী।
3) ওপৰৰ গোটেই কেইটা।
Ans: সুপৰিবাহী।
১১। প্ৰাকৃতিক পানীবোৰ বিদ্যুতৰ সুপৰিবাহী হয় নে?
1) হয়।
2) নহয়।
3) কিছুমান হয় কিছুমান নহয়।
Ans: হয়।
১২। তলৰ কোনটো পদাৰ্থ অপৰিবাহী?
1) শুকান কাঠ।
2) বেটাৰী।
3) LED
Ans: শুকান কাঠ।
১৩। অলংকাৰ গঢ়োতাসকলে কম দামী ধাতুৰ ওপৰত কি বিদ্যুৎলেপেন কৰে?
1) ৰূপ
2) সোণ।
3) ৰূপ আৰু সোণ।
Ans: ৰূপ আৰু সোণ।
১৪। কিহৰ দাম বেছি?
1) সোণ।
2) ৰূপ।
3) ক্ৰ’মিয়ামৰ।
Ans: ক্ৰ’মিয়ামৰ।
১৫। খাদ্য ৰখা পাত্ৰ বনাবলৈ কিহৰ লেপন দি লোৱা হ’য়?
1) লোৰ।
2) তড়িৎদ্বাৰ।
3) টিন।
Ans: টিন।